Monday, December 23, 2024
17 °c
Guwahati
17 ° Tue
17 ° Wed
Language -
অসমীয়া
  • English

Tag: Uttar Pradesh

ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাক-ভেনৰ সংঘৰ্ষত তিনিটা শিশুসহ ৬ জন লোকৰ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাক-ভেনৰ সংঘৰ্ষত তিনিটা শিশুসহ ৬ জন লোকৰ মৃত্যু

মঙলবাৰে উত্তৰ প্ৰদেশৰ হাথৰছ আৰু ছিকন্দৰাৰাউৰ মাজত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটি শিশুসহ কমেও ৬ জন লোকৰ মৃত্যু হয়। ...

ঝাৰখণ্ডত পথ দুৰ্ঘটনা, ৭ জনৰ প্ৰাণহানি

মুছলমান ছাত্ৰক চ*ৰ সোধাবলৈ দিয়া শিক্ষক হ’ব পাৰে আৰক্ষীৰ আলহী!

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এখন বিদ্যালয়ৰ এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে দ্বিতীয় শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ মুছলমান বন্ধু এজনক চ*ৰ মাৰিবলৈ কোৱা এটা ...

পুনৰ ‘মৃত্যুৰ পথ’ দেখুৱালে গুগল মেপে! তিনিজন যুৱকৰ সৈতে ঘটিল অঘটন

পুনৰ ‘মৃত্যুৰ পথ’ দেখুৱালে গুগল মেপে! তিনিজন যুৱকৰ সৈতে ঘটিল অঘটন

গুগল মেপক বিশ্বাস কৰি যাত্ৰা কৰা তিনিজন লোকৰ সৈতে ঘটিল এটা ভয়ংকৰ ঘটনা। উত্তৰ প্ৰদেশৰ ইজ্জত নগৰ থানাৰ অন্তৰ্গত পিলিভীত ...

সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

সম্ভলঃ শ্বাহী মছজিদ নে হৰিহৰ মন্দিৰ? চৰকাৰী নথি-পত্ৰত আছে ইয়াৰ কাহিনী

২৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ সম্ভলত শ্বাহী জামা মছজিদ নিৰ্মাণক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই হিংসাত্মক ঘটনাত চাৰিজন লোকৰ প্ৰাণহানি ...

২৫ বছৰীয়া নাতিয়ে ৭৫ বছৰীয়া বৃদ্ধাৰ সৈতে কৰিলে অপকৰ্ম, শুনি আচৰিত হ’ব আপুনি

মাত্ৰ ৮০০০ টকাৰ কাৰণে নিজৰ ককায়েকৰ সৈতে কৰিলে ভয়ানক কাণ্ড!

উত্তৰ প্ৰদেশৰ হৰদয়ত আকৌ এবাৰ দুই এটকাৰ স্বাৰ্থত তেজৰ সম্পৰ্কক বলিদান দিয়া হৈছে। মাত্ৰ ৮০০০ টকাৰ বিবাদক লৈ এজন যুৱকে ...

সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

চম্ভল কাণ্ডৰ তদন্তৰ দাবী চি বি আইৰ, উচ্চ ন্যায়ালয়ত দাখিল আবেদন

উত্তৰ প্ৰদেশৰ চম্ভল জিলাত দেওবাৰে অৰ্থাৎ ২৪ নৱেম্বৰত শ্বাহী জামা মছজিদৰ জৰীপৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এতিয়া পৰিস্থিতি ...

সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

সম্ভল কাণ্ড: উৰাবাতৰি বন্ধ কৰিবলৈ বন্ধ ইণ্টাৰনেট সেৱা, প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ

দেওবাৰে উত্তৰ প্ৰদেশৰ সম্ভলত সংঘটিত হয় এক তীব্ৰ হিংসাত্মক ঘটনা। জামা মছজিদৰ জৰীপৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষত ...

৩০০ গ্ৰাম বীজৰ পৰা ১২০০ কুইণ্টললৈকে খেতি!  বিশেষ কৌশলেৰে কৃষকে উপাৰ্জন কৰিলে লাখ লাখ টকা

৩০০ গ্ৰাম বীজৰ পৰা ১২০০ কুইণ্টললৈকে খেতি! বিশেষ কৌশলেৰে কৃষকে উপাৰ্জন কৰিলে লাখ লাখ টকা

বিলাহী খেতি কৰা কৃষকসকলে খেতিৰ বাবে ভাল বীজ আৰু বিশেষ কৌশল ব্যৱহাৰ কৰিছে, যাৰ বাবে তেওঁলোকে কম খৰচত অধিক লাভ ...

বিধায়কৰ পলাতক পত্নীৰ উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন, ২১ নৱেম্বৰত শুনানি

বিধায়কৰ পলাতক পত্নীৰ উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন, ২১ নৱেম্বৰত শুনানি

জিলা আদালতৰ নিৰ্দেশৰ পিছতেই সোমবাৰে আৰক্ষীয়ে নাবালিকা কিশোৰীৰ ভয়ানক কাণ্ডৰ গোচৰত বিধায়কৰ পলাতক পত্নী সীমা বেগমৰ সম্পত্তি সংলগ্ন কৰিছে। সীমাৰ ...

এইবাৰ UP ত ‘গীতা-ববিতা’, পিতৃৰ আধৰুৱা সপোন ডংগলত পূৰণ কৰিবলৈ সাজু

এইবাৰ UP ত ‘গীতা-ববিতা’, পিতৃৰ আধৰুৱা সপোন ডংগলত পূৰণ কৰিবলৈ সাজু

বলীউডৰ আমিৰ খান অভিনীত ডংগল চিনেমাখনৰ দৰেই উত্তৰ প্ৰদেশৰ সহাৰনপুৰৰো এটা পৰিয়ালৰ তথ্য পোহৰলৈ আহিছে। য’ত পিতৃয়ে ঘৰতে আখাৰাৰ কৌশল ...

Page 1 of 4 1 2 4

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist