• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই কঁপালে এই ৰাজ্য, ৫ জনৰ প্ৰাণহানি

Nation NE by Nation NE
November 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই কঁপালে এই ৰাজ্য, ৫ জনৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

৫ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত হয় এক ডাঙৰ ৰে’ল দুৰ্ঘটনা। চুনাৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত ৫ জন লোক নিহত হয়। এই শোকাৱহ দুৰ্ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ঘটনাৰ বিৱৰণ অনুসৰি, কাতি মাহৰ পূৰ্ণিমা তিথিৰ বাবে স্নান কৰিবলৈ ৰাতিপুৱা খোজকাঢ়ি ওলাই আহিছিল। সেই সময়তে ৰেলপথ পাৰ হৈ গৈ থকা অৱস্থাত ৰে’লৰ খুন্দাত প্ৰায় ৫ জন লোক নিহত হয়। এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হোৱা বুলি ৰেলৱেই নিশ্চিত কৰিছে। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলীত তৎকালীনভাৱে উপস্থিত হৈ সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি এছডিআৰএফ আৰু এনডিআৰএফৰ দলসমূহক তৎক্ষণাত সেই স্থানত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু আহতসকলক সঠিক চিকিৎসাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

এই ভয়ানক দুৰ্ঘটনাত নিহতসকলৰ নাম পোহৰলৈ আহিছে-

সবিতা (ৰাজকুমাৰৰ পত্নী)

সাধনা (বিজয় শংকৰৰ কন্যা)

শিৱকুমাৰী (বিজয় শংকৰৰ কন্যা)

আপ্পু দেৱী (শ্যাম প্ৰসাদৰ কন্যা)

সুশীলা দেৱী (মটিলালৰ পত্নী)

Tags: train AccidentUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025