অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ
জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ ভূমিত থকা কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ...