• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 22, 2026
21 °c
Guwahati
22 ° Mon
23 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ দিনটো কেনেদৰে যাব আপোনাৰ? পঢ়ক ৰাশিফল

Nation NE by Nation NE
March 18, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি: মনটো ইতিবাচক হ’ব। গোটেই দিনটো নিজকে সতেজ অনুভৱ কৰিব। লক্ষ্মী দেৱীৰ আৰ্শীবাদ লাভ কৰিব। ঘৰুৱা পৰিৱেশ সুখৰ হ’ব। সামাজিক আলোচনাত জড়িত হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

বৃষ ৰাশি: সাৱধানে থাকক৷ শৰীৰৰ যতন লওঁক৷ দুৰ্বল চকুৰ বাবে চিন্তাত পৰিব পাৰে৷ পৰিয়ালৰ মানুহৰ ৰোষৰ চিকাৰ হ’ব পাৰে৷ হাতত লোৱা কাম সম্পূৰ্ণ কৰাত বিফল হ’ব৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

মিথুন ৰাশি: লাভজনক দিন৷ বিবাহ প্ৰাৰ্থীসকলে জীৱন সংগী বিচাৰি পাব৷ বন্ধুৰ লগত সময় কটাই ভাল লাগিব৷ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ আহিব৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে লাভৰ মূখ দেখিব আৰু উপাৰ্জন বৃদ্ধি হ’ব৷ শুভ সংখ্যা ১১, শুভ ৰং নীলা।

কৰ্কট ৰাশি: সকলো কাম সময়ত শেষ কৰিব পাৰিব৷ সুখী হ’ব৷ পদোন্নতি হ’ব পাৰে৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে৷ ভাল খবৰ পাব পাৰে৷ শুভ সংখ্যা ১, শুভ ৰং সেউজীয়া।

সিংহ ৰাশি: দিনটো মধ্যম৷ কিছুমান কথাই খং উঠাব। বিদেশত থকা প্ৰিয়জনৰ পৰা কোনো খবৰ পাব৷ বাধাবোৰ নেওচি কামত মন দিয়ক৷ সন্তানৰ কিছুমান সমস্যাই মানসিকভাৱে চিন্তিত কৰি তুলিব৷ শুভ সংখ্যা ৪, শুভ ৰং শুভ্ৰ।

কন্যা ৰাশি: নতুন কামৰ আৰম্ভণি নকৰাই ভাল। বাহিৰৰ খাদ্য খোৱা বন্ধ কৰক নহ’লে বেমাৰত পৰিব৷ খং দমন কৰক৷ আনক অপমান বা কটু বাক্য প্ৰয়োগ নকৰিব৷ পৰিয়ালৰ লগত হোৱা আলোচনাই মনত দুখ দিব৷ পানীৰ পৰা সাৱধানে থাকক৷ খৰচৰ মাত্ৰা বাঢ়িব৷ বে-আইনী আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক৷ শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

তুলা ৰাশি: এটা সৌভাগ্যশালী দিন৷ সাংস্কৃতিক কামকাজত ব্যস্ততাৰে দিনটো পাৰ হ’ব৷ নতুন কাপোৰ আৰু অলংকাৰ কিনাৰ যোগ আছে৷ মানসিক আৰু শাৰিৰিকভাৱে সতেজ অনুভৱ কৰিব৷ সামাজিকভাৱে সন্মান লাভ কৰিব আৰু নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব৷ শুভ সংখ্যা ২, শুভ ৰং কমলা।

বৃশ্চিক ৰাশি: পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ’ব৷ শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব৷ কাৰ্যক্ষেত্ৰত সহযোগিতা লাভ কৰিব৷ ক্ৰীড়াত সুনাম৷ আধৰুৱা কাম সমাপ্ত কৰিব পাৰিব৷ খৰচৰ মাত্ৰা বাঢ়িব। শুভ সংখ্যা ৩, শুভ ৰং আকাশী নীলা।

ধনু ৰাশি: ভ্ৰমণৰ পৰিকল্পনা অলপ দিনৰ কাৰণে নকৰিব৷ খাদ্য হজমত অসুবিধা হ’ব পাৰে৷ সন্তানৰ শৰীৰ আৰু পৰিকল্পনাই দিনটো চিন্তাত পেলাব৷ কামত অকৃতকাৰ্যতাই মনত ক্ৰিয়া কৰি থাকিব৷ খঙক দমনৰ চেষ্টা কৰক আৰু আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক৷ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত ব্যস্ত ৰাখক৷ শুভ সংখ্যা ৬, শুভ ৰং শুভ্ৰ।

মকৰ ৰাশি: এলাহ ভাৱৰ বাবে শৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব৷ পৰিয়ালৰ লগত বিৰোধিতা হ’ব পাৰে৷ বুকুৰ বিষ আৰু ৰাতি নিদ্ৰাহিনতাত ভূগিব পাৰে৷ সামাজিক সন্মান হানি কৰিব৷ পানীৰ পৰা সাৱধানে থাকক৷ শুভ সংখ্যা ৩, শুভ ৰং সুমথিৰা।

কুম্ভ ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব৷ বন্ধুৰ লগত সময় কটাব পাৰিব৷ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব। ভ্ৰমণত শুভ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ৷ প্ৰেমত শুভ৷ শুভ সংখ্যা ১, শুভ ৰং ক’লা।

মীন ৰাশি: খঙৰ বাবে কৰোবাক কটু কথা শুনাব পাৰে৷ শৰীৰৰ যতন লওঁক৷ লেনদেনত সাৱধান হওক৷ পৰিয়ালৰ লগত অলাগতিয়াল বিষয়ত তৰ্কা-তৰ্কিৰ পৰা আঁতৰি থাকক৷ শুভ সংখ্যা ১৫, শুভ ৰং ৰঙা।

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

৪৮ ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ‘ষ্ট্ৰেইট অৱ হৰমুজ’, অন্যথা ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ ভাবুকি ট্ৰাম্পৰ

March 22, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 22, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 22, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 22, 2026
যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

শীৰ্ষ সংবাদ

৪৮ ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ‘ষ্ট্ৰেইট অৱ হৰমুজ’, অন্যথা ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ ভাবুকি ট্ৰাম্পৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025