• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি ১৩৯ গৰাকী ব্যক্তিৰ ভিতৰত ৭১ গৰাকীক সন্মানিত কৰা হ’ব পদ্ম বঁটাৰে, চাওক সম্পূৰ্ণ তালিকা

Nation NE by Nation NE
April 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি ১৩৯ গৰাকী ব্যক্তিৰ ভিতৰত ৭১ গৰাকীক সন্মানিত কৰা হ’ব পদ্ম বঁটাৰে, চাওক সম্পূৰ্ণ তালিকা
Share on FacebookShare on TwitterWhatsApp

পদ্ম বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান যিটো পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী তিনিটা শাখাত প্ৰদান কৰা হয়। ইয়াত পদ্ম বিভূষণ অসাধাৰণ আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হৈছে। উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত (২৬ জানুৱাৰী) পদ্ম বঁটা ঘোষণাৰ পিছত আজি সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব বঁটা বিতৰণ অনুষ্ঠান। উল্লেখ্য যে, পদ্ম বঁটা দুটা পৰ্যায়ত বিতৰণ কৰা হ’ব। আজি সৰ্বমুঠ ৭১ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব। ইয়াৰ ভিতৰত ৪ টা পদ্ম বিভূষণ, ১০ টা পদ্ম বিভূষণ আৰু ৫৭ টা পদ্মশ্ৰী অন্তৰ্ভুক্ত। বাকী ৬৮টা পদ্ম বঁটা অহা মাহত দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা হ’ব। পদ্ম বঁটা বিজয়ীসকলক সম্বৰ্ধনা জনাব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

এইবাৰ পদ্ম বঁটাৰ বাবে ১৩৯ গৰাকী ব্যক্তিক নিৰ্বাচিত কৰা হয়, য’ত ৭ গৰাকী পদ্ম বিভূষণ, ১৯ গৰাকী পদ্ম ভূষণ আৰু ১১৩ গৰাকী পদ্মশ্ৰী। ১৩ গৰাকী ব্যক্তিক মৰণোত্তৰভাৱে পদ্ম বঁটা প্ৰদান কৰা হ’ব। য’ত ভোজপুৰী কণ্ঠশিল্পী শৰ্দা সিনহা, চুজুকি কোম্পানীৰ ওছামু চুজুকী, মনোহৰ যোশীৰ নামো সন্নিবিষ্ট কৰা হৈছে। এইবাৰ বঁটা বিজয়ীৰ ভিতৰত ২৩ গৰাকী মহিলা। এই তালিকাত ১০ জন বিদেশী, প্ৰবাসী ভাৰতীয়, পিআইঅ’, অ’চিআই শ্ৰেণীৰ ব্যক্তি অন্তৰ্ভুক্ত কৰা হৈছে।

পদ্মবিভূষণ বঁটাপ্ৰাপ্তসকল হ’ল-

  • দুৱভুৰ নাগেশ্বৰ ৰেড্ডী
  • প্ৰাক্তন মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰ
  • কুমুডিনি ৰজনীকান্ত লখিয়া
  • লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়াম
  • এম.টি. বাসুদেৱন নাইৰ (মৰণোত্তৰ)
  • ওছামু চুজুকি (মৰণোত্তৰ)
  • শৰ্দা সিনহা (মৰণোত্তৰ)

পদ্মভূষণ বঁটাপ্ৰাপ্তসকল হ’ল-

  • এ. সূৰ্য্য প্ৰকাশ
  • অনন্ত নাগ
  • বিবেক ডেব্ৰয় (মৰণোত্তৰ)
  • যতীন গোস্বামী
  • জোচে চাকো পেৰিয়াপুৰাম
  • কৈলাশ নাথ দীক্ষিত
  • মনোহৰ যোশী (মৰণোত্তৰ)
  • নল্লী কুপ্পুস্বামী চেট্টী
  • নন্দমুৰি বালকৃষ্ণ
  • পি আৰ শ্ৰীজেশ
  • পংকজ পেটেল
  • পংকজ উধাছ (মৰণোত্তৰ)
  • ৰাম বাহাদুৰ ৰায়
  • সাধ্বী ঋতম্ভৰ
  • এছ অজিত কুমাৰ
  • শেখৰ কাপুৰ
  • শোবানা চন্দ্ৰকুমাৰ
  • সুশীল কুমাৰ মোডী (মৰণোত্তৰ)
  • বিনোদ ধাম

পদ্মশ্ৰী বঁটাপ্ৰাপ্তসকল হল-

অদ্বৈতা চৰণ গদনায়ক, ৰামচন্দ্ৰ পালৱ, অজয় ভি ভট্ট, অনিল কুমাৰ বড়ো, অৰিজিত সিংহ,অৰুন্ধতী ভট্টাচাৰ্য, অৰুণোদয় সাহা, অৰবিন্দ শৰ্মা, অশোক কুমাৰ মহাপাত্ৰ, অশোক লক্ষ্মণ ছাৰাফ, আশুতোষ শৰ্মা, অশ্বিনী ভিদে দেশপাণ্ডে, বৈজনাথ মহাৰাজ, বেৰী গডফ্ৰে জন, বেগম বাটুল, ভাৰত গুপ্তা, ভেৰু সিং চৌহান, ভীম সিং ভৱেশ, ভীমৱ্ৱ দোদ্দাবালপ্পা শিল্লেক্যথাৰ, বুধেন্দ্ৰ কুমাৰ জৈন, চি.এছ.বৈদ্যনাথন….. আদি।

Tags: AwardPADMAPresident

Related Posts

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025