• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বীৰেন সিঙক অপসাৰণৰ দাবীৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ বিজেপি বিধায়কৰ

      Nation NE by Nation NE
      October 17, 2024
      in Top News, উত্তৰ পূৱ, মণিপুৰ
      0 0
      বীৰেন সিঙক অপসাৰণৰ দাবীৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ বিজেপি বিধায়কৰ
      Share on FacebookShare on TwitterWhatsApp

      মণিপুৰৰ ১৯ গৰাকী বিজেপি বিধায়কে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অপসাৰণৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত স্বাক্ষৰ কৰা বিধায়কসকলৰ ভিতৰত আছে বিধানসভাৰ অধ্যক্ষ থৌকচৌম সিং, মন্ত্ৰী থৌংগম বিশ্বজীত সিং আৰু য়ুনৱাম খেমচন্দ সিং।

      মঙলবাৰে প্ৰথমবাৰৰ বাবে দিল্লীত মেইটেই, কুকি আৰু নাগা বিধায়কৰ মাজত হোৱা বৈঠকৰ পিছতেই এই পত্ৰখন লিখে। পত্ৰখনত উল্লেখ কৰে যে, ৰাজ্যখনত কিয় এতিয়াও শান্তি প্ৰতিষ্ঠা হোৱা নাই তাক লৈ মণিপুৰৰ জনসাধাৰণে বিজেপি চৰকাৰখনক বাৰম্বাৰ প্ৰশ্ন কৰি আছে। যদি শীঘ্ৰে সমাধান নহয়, তেন্তে বিধায়কসকলকো পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছে।

      বিধায়কসকলৰ মতে ৰাজ্যত চলি থকা অশান্তিৰ অন্ত পেলোৱাৰ একমাত্ৰ উপায় হ’ল মুখ্যমন্ত্ৰী বীৰেন সিঙক অপসাৰণ কৰা। পত্ৰখনত কোৱা হৈছে যে কেৱল নিৰাপত্তা বাহিনী নিয়োগ কৰিলেই মণিপুৰৰ সমস্যা সমাধান নহ’ব। এই সংগ্ৰাম যিমানেই দীঘলীয়া হ’ব সিমানেই ৰাজ্য আৰু দেশৰ ক্ষতি হ’ব।

      ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে সকলো দলৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছে বিধায়কসকলে। লগতে পত্ৰখনত কোৱা হৈছে যে ৰাজ্যত ব্যৱসায় স্তব্ধ হৈ পৰিছে, যাৰ বাবে মুদ্ৰাস্ফীতি আকাশলংঘী হৈছে আৰু বহু লোক নিবনুৱা হৈ পৰিছে।

      উল্লেখ্য যে, বিগত ডেৰ বছৰ ধৰি মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৰাজ্যখনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষৰ ফলত ৰাজ্যখনত এতিয়াও সময়ে সময়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।

      Tags: #ManipurBiren SinghNarendra Modi

      Related Posts

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025
      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়

      শীৰ্ষ সংবাদ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      বাহ্যিক সাৱধানতাৰ উপৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ ৫ টা সহজ আৰু প্ৰাকৃতিক উপায়

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist