• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰষুণে ‘পৰিষ্কাৰ’ কৰিলে দিল্লীৰ বতাহ, জানক এই অঞ্চলবোৰৰ AQI

Nation NE by Nation NE
December 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কিমান দিনলৈ শ্বাসৰুদ্ধ হৈ থাকিব দিল্লী? ১০ অঞ্চলত ৪০০ অতিক্ৰম কৰিলে AQI
Share on FacebookShare on TwitterWhatsApp

দিল্লীত বৰষুণৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা অৱনমিত হোৱা দেখা গৈছে। ৰাজধানীত হোৱা বৰষুণৰ পিছত আকস্মিক উন্নতি ঘটিছে। য’ত কেইদিনমান পূৰ্বে সৰ্বোচ্চ AQIয়ে ৫০০ অতিক্ৰম কৰিছিল। একে সময়তে বৰ্তমান AQI ২০০ৰ লৈ নামিছে।

বিগত ২৪ ঘন্টাত দিল্লীত হোৱা বৰষুণৰ বাবে বায়ুৰ গুণাগুণ যথেষ্ট উন্নত হৈছে। দিল্লীৰ দিলশাদ উদ্যানৰ বায়ুৰ গুণাগুণ সূচকাংক আজি পুৱা ৯০ ত ৰেকৰ্ড কৰা হয়, য’ত উন্নত বায়ুৰ অৱস্থা দেখা যায়। অজয় নগৰত AQI ১১৫ ৰেকৰ্ড কৰা হৈছিল। আনহাতে, পুছা ৰোডত AQI ১৪৯ ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ বাহিৰেও দিল্লীৰ বহু অঞ্চলত AQI ২০০ ৰ তলত। কিন্তু দিল্লীৰ সামগ্ৰিক AQI ১৮৯ ৰেকৰ্ড কৰা হৈছে।

কিন্তু দিল্লীৰ বহু অঞ্চলত বায়ুৰ গুণাগুণ উন্নত হৈছে, যদিও বায়ুৰ গুণাগুণ সূচকাংক (AQI) এতিয়াও সংকটজনক অৱস্থাতে আছে। উদাহৰণস্বৰূপে দিল্লীৰ আনন্দ বিহাৰত শনিবাৰে ২৫২ত AQI ৰেকৰ্ড কৰা হয়। অৰ্থাৎ বায়ুৰ গুণাগুণ গুৰুতৰ শ্ৰেণীত আছে। একে সময়তে বতাহৰ অৱস্থা উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দিল্লী-এনচিআৰত গ্ৰেডেড ৰেচপন্স একচন প্লেন (জিআৰএপি) ৩ৰ নিয়ম আঁতৰোৱা হৈছে। এতিয়া দিল্লীত সকলো ধৰণৰ ট্ৰেকত কোনো বাধা নাই।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শুকুৰবাৰে দিল্লীত হোৱা বৰষুণে ১৫ বছৰৰ অভিলেখ ভংগ কৰিছে। দিল্লীৰ সামগ্ৰিক AQI ১৮৯ ৰেকৰ্ড কৰা হৈছে, যিটো বিপদজনক পৰিস্থিতিৰ বাহিৰত। আনন্দ বিহাৰৰ AQI ২৫২, বাৱানাত-২৪৪, মুণ্ডকাত-২৩১, ছিৰি ফ’ৰ্টত-২৫২ আৰু বিবেক বিহাৰত-২২৪ ৰেকৰ্ড কৰা হৈছে। এই সকলোবোৰ অঞ্চলৰ বায়ু প্ৰদূষণ বিপদজনক মাত্ৰাৰ বাহিৰত।

দিল্লী-এনচিআৰত হ্ৰাস পোৱা AQIৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে (চিএকিউএম) GRAP-৩ৰ নিষেধাজ্ঞা আঁতৰাইছে। অৱশ্যে GRAP-1 আৰু GRAP-2 নিয়মৰ নিষেধাজ্ঞা দিল্লী-এনচিআৰত এতিয়াও প্ৰযোজ্য হ’ব। GRAP-2 ৰ ভিতৰত আৱাসিক, বাণিজ্যিক আৰু উদ্যোগিক অঞ্চলত ডিজেল জেনেৰেটৰ নিষিদ্ধকৰণ, পাৰ্কিং চাৰ্জ বৃদ্ধি আৰু চিএনজি আৰু ইলেক্ট্ৰিক বাছ আৰু মেট্ৰ’ৰ কম্পাঙ্ক বৃদ্ধিৰ নিৰ্দেশ অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে জৰুৰীকালীন সেৱাৰ বাবে ডিজেল জেনেৰেটৰ ব্যৱহাৰ কৰিব পাৰি।

Tags: #DelhiAQIWeather

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025