আজি গঠন হ’ল ৰাজ্যিক বিজেপিৰ নতুন কমিটী। এই কমিটীৰ-
১০জনীয়া উপ-সভাপতিৰ দ্বায়িত্ব
পুলক গোঁহাই, সাংসদ পৰিমল শুক্লবদ্য, তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা,
মুন চৰ্ণকাৰক, অশোক ভট্টাৰায়, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা, ৰত্ন সিঙক দিয়া হৈছে।
সাধাৰণ সম্পাদকৰ দায়িত্ব
বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা,পল্লৱ লোচন দাসক, ৰিতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মনক দিয়া হৈছে।
সম্পাদকৰ দ্বায়িত্ব
লক্ষ্য কোঁৱৰ, লক্ষীনাথ তাচা, বিস্মিতা গগৈ
মনালিচা কোঁচ, অভিজিত নাথ, ৰাতুল শৰ্মা
মহেশ দেউৰী, সিদ্ধাংকু অংকুৰ বৰুৱা, নৱাৰুণ বুঢ়াগোঁহাই আৰু বিতুপন দলেক দিয়া হৈছে।
মিডিয়া বিভাগৰ দায়িত্ব দিয়া হৈছে ৰুপম গোস্বামীক।
অফিচ ইনচাৰ্জৰ দায়িত্ব দিয়া হৈছে অনিৰ্বাণ গোস্বামীক।
মুখ্য মুখপাত্ৰৰ দায়িত্বত আছে কিশোৰ উপাধ্যায়।
চ’ছিয়েল মিডিয়াৰ দায়িত্বত আছে বিশ্বজিৎ খাউণ্ড
কোষাধক্ষ্য হৈছে ৰাজকুমাৰ শৰ্মা