• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভয়াৱহ পথ দুৰ্ঘটনা; বিয়া খাবলৈ যোৱা ৫ জন লোকৰ মৃত্যু

      Nation NE by Nation NE
      January 17, 2025
      in Top News, চিকিম
      0 0
      ভয়াৱহ পথ দুৰ্ঘটনা; বিয়া খাবলৈ যোৱা ৫ জন লোকৰ মৃত্যু

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      ছিকিমৰ গিয়ালশ্বিং জিলাত শুকুৰবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা অনুসৰি, এখন যাত্ৰীবাহী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰাৰ ফলত পাঁচজন লোকৰ মৃত্যু হয়।

      আৰক্ষীয়ে জানিব দিয়া অনুসৰি, এই পাঁচজন যাত্ৰীয়ে এখ বিয়াৰ অনুষ্ঠানৰ বাবে গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয়।

      দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকসকলক অভিষেক দাহাল, অভি কিশোৰ দাহাল, চন্দ্ৰ বাহাদুৰ মাংগৰ, কৰ্ণ বাহাদুৰ গুৰুং আৰু জীৱন কাৰ্কি বুলি চিনাক্ত কৰা হৈছে। এই আটাইকেইজন লোক য়ুকছোম-তাচিদিং সমষ্টিৰ বাসিন্দা।

      ইফালে এই ঘটনাৰ শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী পি এছ তামাঙে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

      Tags: #AccidentRoad AccidentSikkim

      Related Posts

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      June 4, 2025
      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ
      BIG BREAKING

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      June 4, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      June 4, 2025
      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন
      Top News

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      June 4, 2025
      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ
      Top News

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      June 4, 2025
      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…
      Top News

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      June 4, 2025

      শীৰ্ষ সংবাদ

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

      অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist