• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ৭ জনক গ্ৰেপ্তাৰ

Nation NE by Nation NE
April 16, 2025
in Top News, BIG BREAKING, অসম
0 0
ৱাকফৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ৭ জনক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ১৩ এপ্ৰিল অৰ্থাত দেওবাৰে বৰাক উপত্যকাৰ শিলচৰত হোৱা প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত ৭ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে এই তথ্য প্ৰদান কৰে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমল মাহাতোই কয়, ‘কালি নিশা শিলচৰ চহৰৰ সমীপৰ বাগাদাহাৰ আৰু কাশীপুৰত চলোৱা অভিযানৰ সময়ত ৭ জন অভিযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছো।’

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনক ক্ৰমে নজমুল ইছলাম লস্কৰ, বিদাৰ লস্কৰ (৩২), ৰোহিত হুছেইন লস্কৰ (১৯), দিলৱাৰ হুছেইন (৩০), ৰোহিত আহমেদ মজুমদাৰ (১৯), আতিকুৰ ৰহমান লস্কৰ (২৫) আৰু ৰিয়াজুল লস্কৰ (২৪)।

গ্ৰেপ্তাৰ হোৱা যুৱক কেইজনৰ ভিতৰত বিদাৰ লস্কৰ হৈছে কাশীপুৰৰ আৰু বাকী কেইজন বেৰেংগা অঞ্চলৰ বাসিন্দা।

আৰক্ষী বিষয়া মাহাতোয়ে জানিব দিয়া অনুসৰি, প্ৰতিবাদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা ঘটনাটোৰ মূল অভিযুক্ত ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰু কেইজনমান যুৱক জড়িত আছে আৰু তেওঁলোকক চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা যুৱককেইজনক আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Tags: #Assam#CacharSilcharWaqf Act

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025