• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPL ২০২৫ৰ পূৰ্বে পঞ্জাৱ দলৰ অধিনায়কত্ব লাভ কৰিলে অভিষেক শৰ্মাই

Nation NE by Nation NE
December 20, 2024
in Top News, ক্ৰীড়া
0 0
IPL ২০২৫ৰ পূৰ্বে পঞ্জাৱ দলৰ অধিনায়কত্ব লাভ কৰিলে অভিষেক শৰ্মাই
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীত পঞ্জাৱৰ অধিনায়কত্ব কৰিছিল অভিষেক শৰ্মাই। তেওঁৰ অধিনায়কত্বত পঞ্জাৱ দলটোৱে নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব নোৱাৰিলে। ইয়াৰ পিছতো পঞ্জাৱ ক্ৰিকেট সন্থাই বিজয় হাজাৰে ট্ৰফী ২০২৪ৰ বাবে অভিষেকৰ ওপৰত আস্থা প্ৰকাশ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা অভিষেকে ২০২৪ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীত পঞ্জাৱৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল। তেওঁ ৭খন মেচত ২৫৫ ৰান সংগ্ৰহ কৰিছিল।

অভিষেক শৰ্মাক এইবাৰ বিজয় হাজাৰে ট্ৰফীত অভিজ্ঞ তাৰকাৰে সমৃদ্ধ পঞ্জাৱ দলৰ অধিনায়ক হিচাপে দেখা যাব। প্ৰভসিমৰন সিং, মায়ংক মাৰ্কাণ্ডে, ৰমনদীপ সিং আৰু নেহল ৱাধেৰাৰ দৰে বিখ্যাত তাৰকা পঞ্জাৱ দলৰ অংশ হ’ব।

উল্লেখ্য যে বিজয় হাজাৰে ট্ৰফী ৫০ অভাৰৰ ফৰ্মেটত খেলা হ’ব আৰু এই প্ৰতিযোগিতা ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ১৮ জানুৱাৰীলৈকে চলিব। দলটোৰ আটাইতকৈ ডাঙৰ তাৰকা হিচাপে পৰিগণিত হ’ব ভাৰতৰ হৈ যোৱা দুখন টি-২০ বিশ্বকাপ প্ৰতিযোগিতাত সৰ্বাধিক উইকেট দখল কৰা অৰ্শদীপ সিঙ।

অভিজ্ঞ অৰ্শদ্বীপৰ সলনি পঞ্জাৱ দলে অভিষেক শর্মাক অধিনায়কত্ব প্ৰদান কৰাটো এটা চাঞ্চল্যকৰ সিদ্ধান্ত বুলি বিবেচিত হৈছে৷

উল্লেখ্য যে, ২০১৪-২০১৫ বৰ্ষৰ ছিজনৰ পিছত বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত কেতিয়াও প্ৰৱেশ কৰিব পৰা নাই পঞ্জাৱ দল। যোৱা ছিজনত পঞ্জাবে গ্ৰুপ ইৰ পঞ্চম স্থানতে সন্তুষ্ট হ’বলগীয়া হৈছিল।

বিজয় হাজাৰে ট্ৰফী ২০২৪ৰ বাবে পঞ্জাৱ দল : অভিষেক শৰ্মা, আনমোলপ্ৰীত সিং, নমন ধীৰ, প্ৰভসিমৰন সিং, ৰমনদীপ সিং, নেহাল ৱাধেৰা, সনবীৰ সিং, অৰ্শদীপ সিং, বলতেজ সিং, গুৰনুন ব্ৰাৰ, হৰপ্ৰীত ব্ৰাৰ, মায়ংক মাৰ্কণ্ডে, অশ্বনী কুমাৰ, সোহৰাব ধালীৱাল, প্ৰেৰিত দত্ত, জস্কৰণবীৰ সিং, যশিন্দৰ সিং, কুঁৱৰ কুক্ৰেজা, আনমোল মালহোত্ৰা, পুখৰাজ মান, সাহিল খান, ৰঘু ঘিৱম শৰ্মা।

Tags: Abhishek SharmaPunjabVijay Hazare

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025