• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজমেৰ শ্বৰীফ দৰগাহলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চাদৰ

Nation NE by Nation NE
January 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজমেৰ শ্বৰীফ দৰগাহলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ চাদৰ
Share on FacebookShare on TwitterWhatsApp

আজমেৰৰ নৱাজ হজৰত খোৱাজা মইনুদ্দিন চিষ্টীৰ দৰগাহত আৰম্ভ হৈছে ৮১৩ নং উৰ্ছ। প্ৰতি বছৰে ইয়াত প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আগবঢ়োৱা হয়। এইবাৰো অহা ৪ জানুৱাৰীত আজমেৰ শ্বৰীফ দৰগাহৰ সমাধিস্থলত প্ৰধানমন্ত্ৰী মোদীৰ নামত চাদৰ আগবঢ়োৱা হ’ব।

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে অহা ৪ জানুৱাৰীত আজমেৰ ভ্ৰমণ কৰিব, য’ত তেওঁ খাৱাজা গৰিব নৱাজৰ উৰ্ছ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ হৈ চাদৰ আগবঢ়াব। প্ৰধানমন্ত্ৰী মোদীৰ ফালৰ পৰা আগবঢ়োৱা চাদৰখনক লৈ ঠাট্টা-মস্কৰা কৰা দেখা গৈছে বহুতো বিৰোধী দলক।

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে প্ৰধানমন্ত্ৰী মোদীয়ে চাদৰ আগবঢ়োৱাক লৈ উৰহাস কৰি এতিয়া বিজেপি সলনি হৈছে নেকি বুলি প্ৰশ্ন কৰিছে?  লগতে তেওঁ উল্লেখ কৰে যে, মোদীয়ে পূৰ্বতে দিল্লীত ইমামসকলৰ দৰমহা দাবী কৰিছিল, এতিয়া দৰগাহত চাদৰ আগবঢ়াইছে।

ইফালে আজমেৰ দৰগাহৰ মুৰব্বী নাছিৰুদ্দিন চিষ্টীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই বিশেষ চাদৰক আদৰণি জনাইছে। দেশৰ পৰম্পৰা যে, ১৯৪৭ চনৰ পৰা যিয়েই প্ৰধানমন্ত্ৰী নহওক, তেওঁ আকিদাত বুলি খোৱাজা গৰিব নৱাজৰ আদালতলৈ প্ৰেৰণ কৰিছে চাদৰ। প্ৰধানমন্ত্ৰী মোদীয়েও ২০১৪ চনৰ পৰা এই পৰম্পৰা মানি চলিছে। ইয়াৰ সমান্তৰালকৈ নৰেন্দ্ৰ মোদীয়েও আমাৰ দেশৰ সংস্কৃতি আৰু সভ্যতা বজাই ৰাখিছে।

আজমেৰ শ্বৰীফ দৰগাহ ভাৰতৰ অন্যতম বিখ্যাত চুফী দৰগাহ। খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰ্ছ অৰ্থাৎ তেওঁৰ নিৰ্বাণ দিৱস পালন কৰা হয়। এইবাৰ ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ৮১৩ সংখ্যক উৰ্ছ, যিখন দেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ লোকৰ সৈতে উদযাপন কৰা হৈছে।

উৰ্ছৰ সময়ত আজমেৰ শ্বৰীফ দৰগাহত উপস্থিত হয় অগণন ভক্ত। এই অনুষ্ঠানটো কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, পৰম্পৰাগত দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মানুহে নিজৰ ইচ্ছা পূৰণৰ বাবে ইয়াৰ দৰগাহত চাদৰ আগবঢ়ায়। খোৱাজা গৰিব নৱাজৰ দৰগাহত চাদৰ আগবঢ়োৱাটো বিশ্বাস আৰু শ্ৰদ্ধাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক।

Tags: AJMER SHARIFModiPM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025