• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জানো আহক বিশ্বৰ কেইটামান বিপদসংকুল বিমানবন্দৰৰ বিষয়ে য’ত অৱতৰণ বা উৰণ হৈ উঠে যথেষ্ট বিপদজনক

Nation NE by Nation NE
November 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, বিনোদন
0 0
জানো আহক বিশ্বৰ কেইটামান বিপদসংকুল বিমানবন্দৰৰ বিষয়ে য’ত অৱতৰণ বা উৰণ হৈ উঠে যথেষ্ট বিপদজনক
Share on FacebookShare on TwitterWhatsApp

বিমানত যাত্ৰা কৰাৰ আমেজেই যেন সুকীয়া। ডাৱৰৰ মাজে মাজে কৰা এই যাত্ৰা যথেষ্ট ৰোমাঞ্চকৰ। পিছে এই ৰোমাঞ্চকৰ যাত্ৰা কেতিয়াবা হৈ পৰে বিপদসংকুল। বিশ্বত এনে কেইটামান বিমানবন্দৰ আছে, যি অতিকে বিপদসংকুল। ইয়াত উৰণ বা অৱতৰণ কৰাতো অতিকে প্ৰত্যাহ্বানমূলক। জানো আহক কেইটামান বিপদজনক বিমানবন্দৰৰ বিষয়ে-

বাৰা ইণ্টাৰনেশ্বনেল এয়াৰপোৰ্ট-   

বিশ্বৰ এটা বিপদজনক বিমানবন্দৰ হৈছে বাৰা ইণ্টাৰনেশ্বনেল এয়াৰপোৰ্ট। ১৯৩৬ চনত নিৰ্মিত এই বিমান বন্দৰটো আছে স্কটলেণ্ডত। এই বিমানবন্দৰটোত টেক অফ আৰু লেণ্ডিং কৰা দুয়োটাই বিপদজনক। ইয়াত পোণপতীয়াকৈ সমুদ্ৰতীৰত বিমান অৱতৰণ বা উৰণ কৰা হয়।

ভুণ্টাৰ এয়াৰপোৰ্ট-  

ভাৰতবৰ্ষৰ এটা বিপদজনক বিমানবন্দৰ হৈছে ভুণ্টাৰ এয়াৰপোৰ্ট।ইয়াক কুলুৰ বিকল্প বিমানবন্দৰ বুলিও জনা যায়। এই বিমানবন্দৰটোৰ ৰানৱেটোৰ চৌদিশ সু-উচ্চ পাহাৰেৰে আৱৰা। যাৰ বাবে ইয়াত লেণ্ডিং বা টেক অফ কৰিবলৈ পাইলটসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

টেনজিং-হিলাৰী এয়াৰপোৰ্ট-

বিশ্বৰ আন এটা বিপদজনক বিমানবন্দৰ হৈছে নেপালৰ টেনজিং-হিলাৰী এয়াৰপোৰ্ট।এই বিমান বন্দৰটোত সৰু বিমানৰ সেৱা আগবঢ়োৱা হয়। এই বন্দৰটোৰ ৰানৱে যথেষ্ট সৰু। পাহাৰৰ ওপৰত অৱস্থিত এই বিমান বন্দৰটোত অৱতৰণ কৰিবলৈ বহু পাইলটেই সহজে সাহস নকৰে।

Tags: #Airportamazing factsInteresting truth

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025