• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

Nation NE by Nation NE
November 3, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিলে ইস্তাহাৰ। এই ইস্তাহাৰৰ নাম দিয়া হৈছে সংকল্প পাত্ৰ। দীপাৱলী আৰু ৰাখী বন্ধনৰ সময়ত এটাকৈ গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ৰাঁচীত ঝাৰখণ্ড নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ প্ৰকাশ কৰে। এই সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, সঞ্জয় ছেঠ আৰু বিজেপি ঝাৰখণ্ডৰ সভাপতি বাবুলাল মাৰাণ্ডী উপস্থিত থাকে।

ইস্তাহাৰ প্ৰকাশ কৰি অমিত শ্বাহে কয় যে ঝাৰখণ্ডৰ এই নিৰ্বাচন কেৱল চৰকাৰ সলনিৰ নিৰ্বাচন নহয়, ঝাৰখণ্ডৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ নিৰ্বাচন।

গৃহমন্ত্ৰী শ্বাহে লগতে কয় যে, ঝাৰখণ্ডৰ জনতাই দুৰ্নীতিৰে ভৰা চৰকাৰ বিচাৰে নে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উন্নয়নৰ পথত আগবঢ়া বিজেপি চৰকাৰ বিচাৰে সেয়া তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব।

‘অনুপ্ৰৱেশৰ অনুমতি দি ঝাৰখণ্ডৰ পৰিচয়, মাটি আৰু নাৰীক বিপদত পেলোৱা চৰকাৰ বিচাৰে নে সীমান্ত ৰক্ষা কৰা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বিচাৰে’, এইদৰে কয় শ্বাহে।

সংকল্প পত্ৰ প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘বিজেপি সকলো দলতকৈ পৃথক। কাৰণ দেশৰ ৰাজনীতিত বিজেপি একমাত্ৰ দল যিয়ে যি কয় তাকেই কৰি দেখুৱাই। বিজেপি ক্ষমতাত অহা মানেই সকলো সংকল্প পূৰণ হোৱা।

উল্লেখ্য যে, ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।

Tags: #JharkhandAmit ShahAssembly ElectionBJPSankalp Patra

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025