• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়াই?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ; বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক

Nation NE by Nation NE
June 12, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
আহমেদাবাদলৈ ৰাওনা গৃহমন্ত্ৰী অমিত শ্বাহ; বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক
Share on FacebookShare on TwitterWhatsApp

আজি দুপৰীয়া ১.৩৮ বজাত গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ কিছু নতুন তথ্য পোহৰলৈ আহিছে। দুৰ্ঘটনাত পতিত হোৱা বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয় যাত্ৰী। ইয়াৰ উপৰি ৫৩ গৰাকী ব্ৰিটিছ, এজন কানাডাৰ আৰু এজন পৰ্তুগালৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

বৰ্তমান আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত অব্যাহত আছে সাহায্য আৰু উদ্ধাৰ অভিযান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নায়ডুৰ সৈতে ফোনযোগে দুৰ্ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰে। দুয়োজন কেন্দ্ৰীয় মন্ত্ৰীকে আহমেদাবাদলৈ গৈ পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আহমেদাবাদলৈ ৰাওনা হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।

এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে কয় যে, ‘অতি দুখেৰে জনাও যে, আজি আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়াৱহ কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে পৰিয়াল আৰু আপোনজনৰ সৈতে আমি আছো।’

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে উৰণৰ কিছু সময় পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই বিমানবন্দৰৰ পৰা কিছু নিলগত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী।

অৱশ্যে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা এই পৰ্যন্ত দুৰ্ঘটনাটোত কিমান লোকৰ প্ৰাণ গৈছে সেই কথা এই পৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই।

Tags: AhmedabadAir IndiaAmit ShahNarendra ModiPlane Crash

Related Posts

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়াই?
Top News

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

শীৰ্ষ সংবাদ

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়াই?

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025