• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
18 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অলিম্পিক ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হ’ল ভাৰতীয় মল্লযুঁজাৰু অন্তিম পাঙ্গালক

Nation NE by Nation NE
August 8, 2024
in Top News, ক্ৰীড়া
0 0
অলিম্পিক ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হ’ল ভাৰতীয় মল্লযুঁজাৰু অন্তিম পাঙ্গালক
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ পৰা আহিছে এটাৰ পিছত আনটো বেয়া খবৰ। মল্লযুঁজাৰু বিনেশ ফোগাটক অতিৰিক্ত ওজনৰ বাবে অলিম্পকত অযোগ্য ঘোষণাৰ পিছতে আন এক অঘটন সংঘটিত হোৱাৰ খবৰ আহিছে।

ভাৰতীয় মল্লযুঁজাৰু অন্তিম পাঙ্গালক পেৰিছ অলিম্পিকৰ ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হৈছে। অনুশাসন ভংগৰ অভিযোগত অন্তিম পাঙ্গালৰ লগতে সহযোগী ষ্টাফক পেৰিছ ত্যাগ কৰি স্বদেশলৈ উভতি অহাৰ নিৰ্দেশ দিয়া হৈছে।

অন্তিম পাঙ্গালৰ বিৰুদ্ধে ভাৰতীয় অলিম্পিক সংস্থাৰ ওচৰত অভিযোগ দাখিল কৰিছিল ফ্ৰান্স কৰ্তৃপক্ষই। পাংগলে তেওঁৰ ভগ্নীক অলিম্পিক ভিলেজত প্ৰৱেশ কৰাবলৈ তেওঁৰ স্বীকৃতি পত্ৰৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিষয়টোৰ তদন্তৰ অন্তত অন্তিম আৰু তেওঁৰ দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বিতাড়িত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

যোৱা ৭ আগষ্টত অলিম্পিকৰ ১৬ ৰাউণ্ডত তুৰ্কীৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হোৱাৰ পিছত প্ৰশিক্ষক আৰু স্পৰ্টিং পাৰ্টনাৰক সাক্ষাত কৰিবলৈ গৈছিল অন্তিমে। সেই সময়ত তেওঁ ভগ্নী নিশাক পেৰিছ গেমছ ভিলেজৰ পৰা তেওঁৰ সামগ্ৰীবোৰ আনিবলৈ নিজৰ স্বীকৃতি কাৰ্ড ব্যৱহাৰ কৰিবলৈ কৈছিল।

পেৰিছ গেমছ ভিলেজৰ পৰা অন্তিম পাঙ্গালৰ সামগ্ৰীবোৰ আনিবলৈ যাওঁতেই আৰক্ষীয়ে আটক কৰে অন্তিমৰ ভগ্নী নিছাক। আটকাধীন নিছাক আৰক্ষী থানালৈ লৈ গৈ সোধাপোচা কৰা হয়। ১৯ বৰ্ষীয় যুৱ মল্ল যুঁজাৰু অন্তিম পাঙ্গালকো সোধাপোচা কৰে আৰক্ষীয়ে। ভাৰতীয় অলিম্পিক সন্থাই অন্তিমৰ ভগ্নীক থানাত নাৰাখিবলৈ অনুৰোধ জনায়। ইয়াৰ পিছত হোটেললৈ প্ৰেৰণ কৰা হয় নিছাক।

কেৱল এয়াই নহয়, অন্তিমৰ সহযোগী ষ্টাফ বিকাশ আৰু ভগতক নিচাসক্ত অৱস্থাত কেবৰ চালকক ধন দিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উঠিছে। চালকে ধন নাপাই অন্তিমৰ সহযোগী ষ্টাফৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰে। ইয়াৰ পিছতেই মল্ল যুঁজাৰুগৰাকীৰ লগতে পৰিয়াল আৰু সহযোগী ষ্টাফক ভাৰতলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য অন্তিম পাঙ্গালৰ বাবে বিনেশ ফোগাটে ৫৩ কিলোগ্ৰাম শাখাৰ পৰিৱৰ্তে ৫০ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হৈছিল। কিয়নো এই ৫৩ কিলোগ্ৰাম শাখাত পূৰ্বেই কোটাৰ জৰিয়তে অলিম্পিকত এণ্ট্ৰী লাভ কৰিছিল অন্তিমে। ইয়াৰ ফলত বিনেশে ৫০ কিলোগ্ৰাম শাখাৰ বাবে নিজৰ ওজন হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল।

Tags: Antim PanghalParis Olympics 2024Wrestler

Related Posts

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ
Top News

December 16, 2025
ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য
Top News

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

December 16, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025

শীৰ্ষ সংবাদ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025