• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অলিম্পিক ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হ’ল ভাৰতীয় মল্লযুঁজাৰু অন্তিম পাঙ্গালক

Nation NE by Nation NE
August 8, 2024
in Top News, ক্ৰীড়া
0 0
অলিম্পিক ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হ’ল ভাৰতীয় মল্লযুঁজাৰু অন্তিম পাঙ্গালক
Share on FacebookShare on TwitterWhatsApp

পেৰিছ অলিম্পিকৰ পৰা আহিছে এটাৰ পিছত আনটো বেয়া খবৰ। মল্লযুঁজাৰু বিনেশ ফোগাটক অতিৰিক্ত ওজনৰ বাবে অলিম্পকত অযোগ্য ঘোষণাৰ পিছতে আন এক অঘটন সংঘটিত হোৱাৰ খবৰ আহিছে।

ভাৰতীয় মল্লযুঁজাৰু অন্তিম পাঙ্গালক পেৰিছ অলিম্পিকৰ ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হৈছে। অনুশাসন ভংগৰ অভিযোগত অন্তিম পাঙ্গালৰ লগতে সহযোগী ষ্টাফক পেৰিছ ত্যাগ কৰি স্বদেশলৈ উভতি অহাৰ নিৰ্দেশ দিয়া হৈছে।

অন্তিম পাঙ্গালৰ বিৰুদ্ধে ভাৰতীয় অলিম্পিক সংস্থাৰ ওচৰত অভিযোগ দাখিল কৰিছিল ফ্ৰান্স কৰ্তৃপক্ষই। পাংগলে তেওঁৰ ভগ্নীক অলিম্পিক ভিলেজত প্ৰৱেশ কৰাবলৈ তেওঁৰ স্বীকৃতি পত্ৰৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিষয়টোৰ তদন্তৰ অন্তত অন্তিম আৰু তেওঁৰ দলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি বিতাড়িত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

যোৱা ৭ আগষ্টত অলিম্পিকৰ ১৬ ৰাউণ্ডত তুৰ্কীৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হোৱাৰ পিছত প্ৰশিক্ষক আৰু স্পৰ্টিং পাৰ্টনাৰক সাক্ষাত কৰিবলৈ গৈছিল অন্তিমে। সেই সময়ত তেওঁ ভগ্নী নিশাক পেৰিছ গেমছ ভিলেজৰ পৰা তেওঁৰ সামগ্ৰীবোৰ আনিবলৈ নিজৰ স্বীকৃতি কাৰ্ড ব্যৱহাৰ কৰিবলৈ কৈছিল।

পেৰিছ গেমছ ভিলেজৰ পৰা অন্তিম পাঙ্গালৰ সামগ্ৰীবোৰ আনিবলৈ যাওঁতেই আৰক্ষীয়ে আটক কৰে অন্তিমৰ ভগ্নী নিছাক। আটকাধীন নিছাক আৰক্ষী থানালৈ লৈ গৈ সোধাপোচা কৰা হয়। ১৯ বৰ্ষীয় যুৱ মল্ল যুঁজাৰু অন্তিম পাঙ্গালকো সোধাপোচা কৰে আৰক্ষীয়ে। ভাৰতীয় অলিম্পিক সন্থাই অন্তিমৰ ভগ্নীক থানাত নাৰাখিবলৈ অনুৰোধ জনায়। ইয়াৰ পিছত হোটেললৈ প্ৰেৰণ কৰা হয় নিছাক।

কেৱল এয়াই নহয়, অন্তিমৰ সহযোগী ষ্টাফ বিকাশ আৰু ভগতক নিচাসক্ত অৱস্থাত কেবৰ চালকক ধন দিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উঠিছে। চালকে ধন নাপাই অন্তিমৰ সহযোগী ষ্টাফৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰে। ইয়াৰ পিছতেই মল্ল যুঁজাৰুগৰাকীৰ লগতে পৰিয়াল আৰু সহযোগী ষ্টাফক ভাৰতলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য অন্তিম পাঙ্গালৰ বাবে বিনেশ ফোগাটে ৫৩ কিলোগ্ৰাম শাখাৰ পৰিৱৰ্তে ৫০ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হৈছিল। কিয়নো এই ৫৩ কিলোগ্ৰাম শাখাত পূৰ্বেই কোটাৰ জৰিয়তে অলিম্পিকত এণ্ট্ৰী লাভ কৰিছিল অন্তিমে। ইয়াৰ ফলত বিনেশে ৫০ কিলোগ্ৰাম শাখাৰ বাবে নিজৰ ওজন হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল।

Tags: Antim PanghalParis Olympics 2024Wrestler

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025