• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপুনি ভবাতকৈও অধিক! প্ৰতিখন মেচৰ বাবে এপ’ল’ টায়াৰে বিচিচিআইক দিব বৃহৎ ধনৰাশি

Nation NE by Nation NE
September 16, 2025
in Top News, ক্ৰীড়া
0 0
আপুনি ভবাতকৈও অধিক! প্ৰতিখন মেচৰ বাবে এপ’ল’ টায়াৰে বিচিচিআইক দিব বৃহৎ ধনৰাশি
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী স্পনছৰ কোন হ’ব তাক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিল। এতিয়াৰে পৰা আনুষ্ঠানিকভাৱে ভাৰতীয় দলৰ নতুন জাৰ্চীৰ স্পনছৰ হ’ব এপ’ল’ টায়াৰ।

এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে ড্ৰীম ইলেভেনৰ সৈতে থকা স্পনছৰৰ চুক্তি বাতিল কৰিছিল। ইয়াৰ পিছৰে পৰা নতুন স্পনছৰৰ বাবে বিচাৰ-খোচাৰ আৰম্ভ হৈছিল।

জানিব পৰা অনুসৰি, ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চীৰ স্পনছ’ৰ এপ’ল’ টায়াৰে পূৰ্বে স্পনছৰ কৰা কোম্পানীসমূহৰ তুলনাত অধিক ধন প্ৰদান কৰিব বিচিচিআইক।

উল্লেখ্য যে, ড্ৰীম ইলেভেনৰ সৈতে ৩৫৮ কোটি টকাত তিনিবছৰৰ বাবে স্পনছৰৰ চুক্তি হৈছিল। শেহতীয়াকৈ চৰকাৰে অনা নতুন আইনৰ বাবে বিচিচিআইয়ে ড্ৰীম ইলেভেনৰ সৈতে থকা চুক্তি বাতিল কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছতে বিচিচিআইয়ে নিবিদা জাৰী কৰে। আৰু সেই অনুসৰি আজি অনুষ্ঠিত হোৱা নিবিদা প্ৰক্ৰিয়াত এপ’ল’ টায়াৰে স্পনছৰশ্বিপ লাভ কৰে।

বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, এপ’ল’ টায়াৰ্ছে প্ৰতিখন মেচৰ বাবে বিচিচিআইক প্ৰদান কৰিব ৪.৫ কোটি টকা। ইয়াৰ পূৰ্বে ড্ৰীম ইলেভেনে প্ৰথন মেচৰ বাবদ দিছিল ৪ কোটি টকা। অৰ্থাত পূৰ্বৰ তুলনাত এইবাৰ অধিক হাৰত বিচিচিআইয়ে লাভ কৰিব ধন।

এপ’ল’ টায়াৰৰ সৈতে হোৱা চুক্তি ২০২৭ চনলৈ থাকিব। এই সময়ছোৱাত ভাৰতীয় দলটোৱে খেলিব প্ৰায় ১৩০ খন মেচ। এতিয়াৰে পৰা ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চীত দেখা পোৱা যাব এপ’ল’ টায়াৰৰ লগ’।

Tags: #BCCIApollo TyreTeam India

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026

শীৰ্ষ সংবাদ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025