• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      APSC কেলেংকাৰি! শৰ্মা আয়োগৰ প্ৰতিবেদনত কি আছে?

      Nation NE by Nation NE
      February 18, 2025
      in Top News, BIG BREAKING, অসম
      0 0
      APSC কেলেংকাৰি! শৰ্মা আয়োগৰ প্ৰতিবেদনত কি আছে?
      Share on FacebookShare on TwitterWhatsApp

      অসম লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰিক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনে ৰাজ্যত ধুমুহা আনিছে। সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন।

      দুটা খণ্ডত দাখিল কৰা এই প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিবিষ্ট আছে লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ ভয়ংকৰ তথ্য। চাঞ্চল্য সৃষ্টিকাৰী এই প্ৰতিবেদনত প্ৰামাণিত তথ্য দাঙি ধৰা হৈছে কিদৰে ৰাকেশ পালৰ দিনত নীতি-নিয়ম উলংঘা কৰি বক্ৰপথেৰে যোগ্য আৰু মেধাসম্পন্ন অসংখ্য প্ৰাৰ্থীক বঞ্চনা কৰি অযোগ্যজনক বাছনি কৰা হৈছিল।

      শৰ্মা আয়োগৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে যে ২০০৮ চনৰ পৰা ২০১৬ চনত গ্ৰেপ্তাৰ হোৱালৈকে এপিএছচিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাকেশ পাল চিচিইকে ধৰি ২০০ৰো অধিক বাছনিৰ সৈতে জড়িত আছিল য’ত বেছিভাগ ক্ষেত্ৰতেই অনিয়ম-অনীতিয়ে প্ৰশ্ৰয় পাইছিল।

      প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০১৩ আৰু ২০১৪ চনৰ চিচিইত একাংশ প্ৰাৰ্থীৰ নম্বৰ বৃদ্ধি আৰু ভুৱা উত্তৰ লিপি ব্যৱহাৰৰ দৰে গুৰুতৰ অনিয়ম সংঘটিত হৈছে।

      উল্লেখ্য যে,  ২০১৬ চনত উন্মোচিত হোৱা CASH FOR JOB কেলেংকাৰিত অধ্যক্ষ ৰাকেশ পালকে ধৰি ৫০ জনৰো অধিক অসামৰিক আৰু আৰক্ষী বিষয়াসহ প্ৰায় ৭০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। শৰ্মা আয়োগে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ৰাকেশ পাল আৰু আয়োগৰ অভিযুক্ত আন আন সদস্যৰ কল ডিটেইলত প্ৰকাশ পাইছে যে আৰক্ষীকে ধৰি বহু বিশিষ্টলোক তেওঁলোকৰ সৈতে যোগাযোগত আছে।

      আয়োগৰ মতে, “যদিও এইটো সঁচা যে কেৱল ইয়াৰ আধাৰতেই কাকোৱেই নেতিবাচকভাৱে ল’ব নোৱাৰি বা অবৈধ বাছনিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাথাকিবও পাৰে, তথাপি সেই বিশেষ পৰিস্থিতিত এপিএছচিৰ বৰমুৰীয়া সকলৰ পৰা নিৰ্দ্দিষ্ট কিছু লোকলৈ বা সেই নিৰ্দ্দিষ্ট কিছু লোকৰ পৰা এপিএছচিৰ শীৰ্ষস্থানীয় লোকলৈ ফোনকল অহাটো সন্দেহৰ উৰ্দ্ধত ৰাখিব নোৱাৰি আৰু  সেয়ে এয়া উদ্বেগৰ বিষয় হৈ পৰে।”

      ন্যায়াধীশ শৰ্মাই কয় যে, একাংশ অবৈধ নিযুক্তিপ্ৰাপ্ত লোকৰ চাকৰি খাৰিজ কৰা হৈছে যদিও আৰু বহুতেই বৰ্তমানেও প্ৰশাসনত উচ্চ আৰু গুৰুত্বপূৰ্ণ পদবী দখল কৰি আছে। এনে অবৈধ নিযুক্তিপ্ৰাপ্তসকল প্ৰশাসনত কৰ্মৰত হৈ থকাটো কিমান সমীচিন তাক লৈয়ো প্ৰশ্ন তোলা হৈছে প্ৰতিবেদনত।

      এনে অবৈধ চাকৰিয়ালৰ উপস্থিতিয়ে কেৱল প্ৰশাসনেই নহয়, জনসাধাৰণকো ক্ষতিগ্ৰস্ত কৰিব বুলি প্ৰতিবেদনত কোৱা হৈছে। আয়োগে এই সকলো আঁসোৱাহৰ প্ৰতি লক্ষ্য ৰাখি অতি কঠোৰ ব্যৱস্থা লোৱাৰ পোষকতা কৰিছে।

      উল্লেখ্য যে, আয়োগে ২০১৩ চনৰ চিচিইৰ তদন্ত সমাপন কৰিছিল ২০২২ চনৰ মাৰ্চত আৰু ২০১৪ চনৰ চনৰ চিচিইৰ তদন্ত সমাপন কৰিছিল ২০২৩ চনৰ অক্টোবৰত।

      Tags: APSC ScamBK SharmaCash For JobRakesh Pal

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist