• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বাক্সাত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু

      Nation NE by Nation NE
      July 28, 2024
      in Top News, অসম
      0 0
      বাক্সাত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু
      Share on FacebookShare on TwitterWhatsApp

      দেওবাৰে বাক্সা জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ ২৮ বছৰীয়া এগৰাকী জোৱানে প্ৰাণ হেৰুৱায়। মৃত্যু হোৱা জোৱানজনক শালবাৰীৰ সৰুগাতি গাঁৱৰ গোপী সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে।

      জানিব পৰা অনুসৰি, দেওবাৰে পুৱা এ এছ ১২ এ এ ৮৪৯৮ নম্বৰৰ বুলেট মটৰ চাইকেলখনৰ সৈতে ভৱানীপুৰ-মানাহ লিংক ৰোডত জোৱানজন পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

      পুৱাতে স্থানীয় ৰাইজে তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰাত এই ঘটনা পোহৰলৈ আহে। স্থানীয় লোকসকলে ততাতৈয়াকৈ বাঁহবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।

      উল্লেখ্য যে, অলপতে ছুটী লৈ ঘৰলৈ উভতি অহা সেনা জোৱানজনে কিছু দিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল।

      ভাৰতীয় সেনা জোৱানজনৰ এই অকাল মৃত্যুক কেন্দ্ৰ কৰি গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

      সেনাৰ তৰফৰ পৰাও শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হৈছে আৰু এই জটিল সময়ত প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ’ব বুলিও জনায়।

      Tags: #Accident#AssamArmyBaksaIndian Army

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist