• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘অৰুণাচল প্ৰদেশ চীনৰ অংশ!’চাংহাই বিমানবন্দৰত ১৮ ঘণ্টা ধৰি আটক কৰি ৰাখে উত্তৰ-পূৱৰ যুৱতীক….

Nation NE by Nation NE
November 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘অৰুণাচল প্ৰদেশ চীনৰ অংশ!’চাংহাই বিমানবন্দৰত ১৮ ঘণ্টা ধৰি আটক কৰি ৰাখে উত্তৰ-পূৱৰ যুৱতীক….
Share on FacebookShare on TwitterWhatsApp

চীনৰ চাংহাই বিমানবন্দৰত উত্তৰ পূৱৰ যুৱতীক যথেষ্ট হাৰাশাস্তি কৰা হয়। ব্ৰিটেইনত বাস কৰা অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাই অভিযোগ উত্থাপন কৰে যে, চীনৰ চাংহাই বিমানবন্দৰত তেওঁৰ ভাৰতীয় পাছপ’ৰ্ট অস্বীকাৰ কৰাৰ লগতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আটক কৰি ৰাখি তেওঁক হাৰাশাস্তি দিয়ে।

মহিলাগৰাকীয়ে কয় যে, তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ বুলি তালিকাভুক্ত হোৱাৰ বাবে বিমানবন্দৰৰ বিষয়াসকলে পাছপ’ৰ্টখন “বৈধ” ঘোষণা কৰি কয় যে “অৰুণাচল প্ৰদেশ চীনৰ অংশ”। গতিকে তেওঁৰ এই পাছপ’ৰ্ট বৈধ নহয়।

২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ যোৱাৰ সময়ত ছাংহাই পুডং বিমানবন্দৰত ৩ ঘণ্টাৰ ট্ৰেনজিট সময় আছিল। অভিযোগ অনুসৰি তেওঁৰ পাছপ’ৰ্ট দেখাৰ লগে লগে ইমিগ্ৰেচন কাউণ্টাৰৰ বিষয়াসকলে এই পাছপ’ৰ্টক অবৈধ বুলি ঘোষণা কৰে কিয়নো তেওঁৰ তালিকাভুক্ত জন্মস্থান অৰুণাচল প্ৰদেশ। কিয় বুলি সোধাত তেওঁক কোৱা হ’ল যে, অৰুণাচল প্ৰদেশ চীনৰ অংশ, গতিকে তেওঁৰ পাছপ’ৰ্ট অবৈধ।

যুৱতীগৰাকীয়ে দাবী কৰে যে, তেওঁৰ পাছপ’ৰ্ট ঘূৰাই দিয়াৰ পূৰ্বে ‘চাইনা ইষ্টাৰ্ন’ৰ জৰিয়তে নতুন টিকট কিনিবলৈ বাৰে বাৰে হেঁচা দিয়া হৈছিল। এই সময়ছোৱাত তেওঁ টিকট পুনৰ বুকিং কৰিব নোৱাৰিলে, টাৰ্মিনেল সলনি কৰিব নোৱাৰিলে, আনকি খাদ্যও নোখোৱাকৈ যাবলগীয়া হয়। বিমান সেৱা মিছ কৰা আৰু হোটেলৰ বুকিং বাতিল হোৱাৰ ফলত তেওঁৰ আৰ্থিক লোকচানো হয়।

কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ পিছত ব্ৰিটেইনত থকা বন্ধু এজনৰ সহায়ত ছাংহাইত থকা ভাৰতীয় বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ভাৰতীয় বিষয়াই হস্তক্ষেপ কৰি গভীৰ নিশাৰ বিমানত নমাই দিয়ে।

Tags: #Arunachal Pradesh

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025