• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোন দিশে গতি কৰিছে মানৱ সমাজ? মানৱ সমাজক লজ্জানত কৰা দুটাকৈ জঘন্য কাণ্ড

Nation NE by Nation NE
January 15, 2025
in Top News, অসম
0 0
কোন দিশে গতি কৰিছে মানৱ সমাজ? মানৱ সমাজক লজ্জানত কৰা দুটাকৈ জঘন্য কাণ্ড
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আনটো ভয়ংকৰ কাণ্ড। এইবাৰ, গোলকগঞ্জত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা দুটাকৈ জঘন্য কাণ্ড।

গোহালীত টানি লৈ হাত ভৰি বান্ধি এগৰাকী বিশেষভাৱে সক্ষম মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম সংঘটিত কৰে ফিৰদৌচ   আলী  নামৰ এটা নৰ পিশাচে।

উল্লেখ্য যে, চলিত মাহৰ ১২ তাখিত সংঘটিত হয় এই জঘণ্য কাণ্ড। খবৰ অনুসৰি, গোলকগঞ্জ থানাৰ অন্তৰ্গত উচিতা গাৱঁৰ এগৰাকী বিশেষ ভাৱে সক্ষম মানসিক বিকাৰগ্ৰস্ত যুৱতীক ঘৰত অকলে পাই একে গাৱঁৰে আব্দুল খালেকৰ পুত্ৰ ফিৰদৌচ আলীয়ে প্ৰথমে গোহালীলৈ চোঁচৰাই লৈ যায়।

তাৰপিছত হাত ভৰি বান্ধি অপকৰ্ম সংঘটিত কৰি পলায়ন কৰে। যুৱতী গৰাকীয়ে এই সমগ্ৰ ঘটনা আকাৰে ইংগিতে ওচৰৰে এগৰাকী মহিলাক জনায়। পিছত মহিলা গৰাকীয়ে যুৱতী গৰাকীৰ পিতৃ-মাতৃক খৱৰ দিয়ে। পিতৃ-মাতৃ ঘৰত উপস্থিত হৈ বিশেষ ভাৱে সক্ষম মানসিক বিকাৰগ্ৰস্ত যুৱতী গৰাকীক গোলকগঞ্জ থানালৈ লৈ যায়।

ইতিমধ্যে গোলকগঞ্জ আৰক্ষীয়ে যুৱতী গৰাকীক স্বাস্থ্য পৰীক্ষা কৰাই নৰ পিশাচ ফিৰদৌচ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে গোলকগঞ্জ আৰক্ষীয়ে ইতিমধ্যে ফিৰদৌচ আলীক আটক কৰিবলৈ সক্ষম হয়।

ইফালে, আন এটি ভয়ংকৰ কাণ্ড সংঘটিত হয় গোলকগঞ্জৰ আগমনিত। ভামডাঙা দ্বিতীয় খণ্ড গাঁৱৰ দিলীপ ৰায়ৰ পুত্ৰ ৰাণা ৰায়ে সংঘটিত কৰে এক ভয়ংকৰ কাণ্ড। ১২ জানুৱাৰীত দিনদুপৰতে ৰাণাই এগৰাকী এঘাৰ বছৰীয়া নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰে। খবৰ অনুসৰি, নাবালিকা গৰাকী নিজৰ মোমায়েকৰ ঘৰলৈ গৈছিল। তাতেই মোমায়েকৰ ঘৰৰ কাষৰ যুৱক এজনৰ কামনাৰ বলি হয় এই নাবালিকাগৰাকী। বৰ্তমানেও এই নাবালিকাগৰাকী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ইফালে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত নিশা আগমনি থানাৰ আৰক্ষীয়ে আটক কৰে যুৱক এই জনক।

Tags: #AssamGolakganjRape

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025