• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধুবুৰীত ৰাইজ-ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ, বন্ধ থাকে সকলো দোকান-পোহাৰ

Nation NE by Nation NE
March 13, 2025
in Top News, অসম
0 0
ধুবুৰীত ৰাইজ-ব্যৱসায়ীৰ উত্তাল প্ৰতিবাদ, বন্ধ থাকে সকলো দোকান-পোহাৰ
Share on FacebookShare on TwitterWhatsApp

ধুবুৰী চহৰত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি। ব্যৱসায়ী আৰু ৰাইজৰ হৈছে উত্তাল প্ৰতিবাদ। কেইবাঘণ্টা ধৰি বন্ধ হৈ থাকে বজাৰৰ দোকান-পোহাৰ।

বজাৰ বন্ধ কৰি ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে ব্যৱসায়ী সকলৰ উত্তাল প্ৰতিবাদ। ধুবুৰীৰ চ’ক বজাৰত সৃষ্টি হৈছে এই পৰিস্থিতি। হাজাৰ হাজাৰ ব্যৱসায়ী ক্ষোভিত হৈ পৰিছে ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে। বজাৰৰ দোকান-পোহাৰ বন্ধ কৰি ৰাজপথলৈ ওলাই আহিল ব্যৱসায়ী।

উল্লেখ্য যে, ঈদ আৰু হোলীৰ পুৰ্বে বজাৰৰ পদপথ মুক্ত কৰাৰ বাবে ধুবুৰী পৌৰসভাই উচ্ছেদৰ জাননী দিয়াক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় এনে উত্তপ্ত পৰিস্থিতিৰ।

পদপথৰ দোকনীক উচ্ছেদ কৰাৰ লগতে একাংশ প্ৰতিষ্ঠিত ব্যৱসায়ীক একাধিক নিয়ম-নীতি বান্ধি দিয়াক কেন্দ্ৰ কৰি ধুবুৰী বজাৰত সৃষ্টি হৈছে এই ঘটনা। দৰাচলতে, ধুবুৰী চহৰত সঘনাই যান-জঁটৰ সৃষ্টি হোৱাৰ ফলতেই পদপথৰ দোকানসমূহ উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিল পৌৰসভাই।

পিছে প্রকৃততে ধুবুৰী পৌৰসভাই যধে-মধে হাজাৰ হাজাৰ ই-ৰিক্সা চলাচলৰ অনুমতি দিয়াৰ ফলতেই চহৰ খনত সৃষ্টি হৈছে এই তীব্র যান-জঁটৰ। যাৰ ফলত ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজৰ লগতে হাজাৰ হাজাৰ ব্যৱসায়ী।

ইফালে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু দণ্ডাধীশে উক্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়৷ বৰ্তমান সাময়িকভাৱে সকলো উচ্ছেদ প্ৰক্ৰিয়া বন্ধ ৰাখি ঈদৰ পিছত সিদ্ধান্ত লোৱা হ’ব বুলি দণ্ডাধীশে আশ্বাস দিয়াৰ পিছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।

Tags: #EidDhuburiProtest

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025