• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
28 °c
Guwahati
29 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

      Nation NE by Nation NE
      June 5, 2025
      in Top News, অসম
      0 0
      পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?
      Share on FacebookShare on TwitterWhatsApp

      ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জোঁৱায়েকে কৰা আক্ৰমণত আঘাতপ্ৰাপ্ত শাহুৱেক আৰু খুলশালী।

      এই ঘটনা সংঘটিত হৈছে চামগুৰিৰ গেৰুৱামুখত। চামগুৰিৰ এজন যুৱকে আক্ৰমণ কৰি শাহুৱেক আৰু খুলশালীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। খবৰ অনুসৰি, ছমাহ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত তামুলপুৰৰ যুৱক প্ৰণৱ ৰাজবংশীয়ে চামগুৰিৰ গেৰুৱামুখৰ এগৰাকী যুৱতীৰ সৈতে আইনগতভাৱে বিবাহ পাশত আবদ্ধ হয়।

      বিবাহৰ পিছত দুয়ো একেলগে গুৱাহাটীৰ এটা ভাড়াঘৰত আছিল যদিও লাহে লাহে দুয়োৰে মাজত সৃষ্টি হৈছিল তীব্ৰ কাজিয়াৰ। পৰৱৰ্তী সময়ত পত্নীয়ে মাতৃৰ গৃহলৈ উভতি আহে। পিছে মাতৃ গৃহলৈ আহি স্বামীৰ অজ্ঞাতে শ্বিলং ফুৰিবলৈ যোৱাটোৱে পুনৰ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি কৰে।শেষলৈ এই কাজিয়াৰ ফলতে আঘাতপ্ৰাপ্ত হয় পত্নীৰ মাতৃ আৰু ভাতৃ।

      প্ৰনৱ ৰাজবংশীৰ ভাষ্য অনুসৰি, পত্নীক বিচাৰি মাতৃৰ গৃহত উপস্থিত হোৱাৰ পিছতে পত্নীক বিচাৰি নাপাই নিজকে দাৰে শেষ কৰিব লওঁতেই শাহুৱেকে বাধা দিয়ে। সেই টনা-আজোৰাত আঘাতপ্ৰাপ্ত হয় শাহুৱেক আৰু খুলশালী।

      ইফালে শাহুৱেকৰ অভিযোগ অনুসৰি, প্ৰনৱ ৰাজবংশীৰ পূৰ্বতে আছে এগৰাকী পত্নী থকাৰ লগতে দুটা সন্তানো আছে। প্ৰথমা পত্নী থকাৰ পাছতো মিছা প্ৰলোভনেৰে আইনিগত ভাৱে দ্বিতীয় বিবাহ কৰোৱাৰ অভিযোগ উত্থাপন কৰে শাহুৱেকে।

      ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰনৱ ৰাজবংশীক। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।

      Tags: #AssamSamguri

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist