• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিশা চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১জন

Nation NE by Nation NE
June 23, 2025
in Top News, অসম
0 0
নিশা চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১জন
Share on FacebookShare on TwitterWhatsApp

চামগুৰিৰ আমনিত সংঘটিত হয় পথ দুৰ্ঘটনা। ৰাজপথত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে আন এখন ট্ৰাকে। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন ট্ৰাকচালক।

ঘটনাৰ বিৱৰণ অনুসৰি, AS0******1 নম্বৰৰ ট্ৰাকখনৰ চকা পামচাৰ হোৱাত ৰাজপথৰ কাষতে ৰখাই ট্ৰাক খনৰ চালকে পামচাৰ হোৱা চকা খুলি থকাৰ সময়তেই তীব্ৰ গতিত অহা AS0******2 নম্বৰৰ আন এখন ট্ৰাকে ৰখাই থোৱা ট্ৰাকখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাৰ ফলত AS0******1 নম্বৰৰ পামচাৰ হোৱা ট্ৰাক খনৰ চকা খুলি থকা চালক জনৰ এখন ভৰি ট্ৰাক খনৰ চকাৰ তলত সোমাই যোৱাৰ ফলত বহু সময় আৱদ্ধ হৈ ৰয় আঘাতপ্ৰাপ্ত চালকজন।

ইয়াৰ পিছতে স্থানীয় ৰাইজে বহু সময় ধৰি ট্ৰাকৰ তলত আৱদ্ধ হৈ থকা আঘাতপ্ৰাপ্ত চালকজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে NMCHলৈ প্ৰেৰণ কৰে।

আনহাতে,দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰা অভিযোগ দিয়ে স্থানীয় ৰাইজে।

ইতিমধ্যে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্হিত হৈ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন ২খন উদ্ধাৰ কৰে। সম্প্ৰতি আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত আৰম্ভ কৰিছে।

Tags: #Accident#AssamTruck

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025