• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘৰত কোন নথকাৰ সময়ত কিশোৰীৰ সৈতে কুকৰ্ম কৰা ৬০ বছৰীয়া সমীৰণ নাথক গ্ৰেপ্তাৰ

Nation NE by Nation NE
November 21, 2025
in Top News, অসম
0 0
ঘৰত কোন নথকাৰ সময়ত কিশোৰীৰ সৈতে কুকৰ্ম কৰা ৬০ বছৰীয়া সমীৰণ নাথক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

ঘৰত কোন নথকাৰ সুযোগ লৈ এগৰাকী কিশোৰীৰ সৈতে কুকৰ্ম কৰিলে এজন ৬০ বছৰীয়া বৃদ্ধই। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই লম্পট বৃদ্ধজনক।

হাইলাকান্দিত সংঘটিত হৈছে এই জঘন্য ঘটনা। ৬০ বছৰীয়া এগৰাকী বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰী। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁ‌ৱত সংঘটিত হৈছে এই জঘন্য ঘটনা।

ঘৰত কোন নথকাৰ সুযোগলৈ ৬০ বছৰীয়া বৃদ্ধ সমীৰন নাথে অপকৰ্ম সংঘটিত কৰিলে এই কিশোৰী গৰাকীৰ সৈতে। পিতৃ-মাতৃ নথকা ১৬ বছৰীয়া কিশোৰীগৰাকী নিজ আইতাকৰ সৈতে থাকে। আইতাকে কোনো কামৰ বাবে ওলাই গৈছিল। সেইসময়ত কিশোৰী গৰাকী ঘৰত অকলে আছিল।

ঘৰত কোনো লোক নথকাৰ সুযোগ লৈয়ে লম্পট বৃদ্ধজনে কিশোৰী গৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে। লম্পট সমীৰন নাথৰ অপকৰ্মৰ ফলত অন্তঃসত্বা হয় ১৬ বছৰীয়া কিশোৰী গৰাকী। ১৬ বছৰীয়া কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতেই এই কথা জানিব পৰা গৈছে।

ইফালে কিশোৰী গৰাকীৰ আইতাকৰ গোচৰৰ ভিত্তিত লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই ৬০ বছৰীয়া বৃদ্ধ সমীৰন নাথক। লালা আৰক্ষীয়ে সমিৰন নাথক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰে। অধিক তদন্তৰ বাবে এই লম্পটজনক ন্যায়লয়ৰ পৰা ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে লালা অৰক্ষীয়ে।

Tags: #AssamHailakandilala

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025