• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমৰ পিছত এইবাৰ বিহাৰতো নিষিদ্ধ হ’ব নেকি বিশেষ মাংস?

Nation NE by Nation NE
December 7, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
অসমত বিশেষ মাংস পৰিবেশনৰ নিষেধাজ্ঞাক লৈ বিৰোধীৰ ৰোষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterWhatsApp

অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। সমগ্ৰ ৰাজ্যতে বিশেষ মাংস নিষিদ্ধ কৰিছে অসম চৰকাৰে। অসমৰ হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত বিশেষ মাংস বিক্ৰী আৰু ক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

এতিয়া অসমৰ পিছত বিহাৰতো নিষিদ্ধ হ’ব নেকি বিশেষ মাংস? এই প্ৰশ্নৰ কাৰণ হ’ল অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে নীতিশ চৰকাৰে। এই বিষয়ত এন ডি এত বৃদ্ধি পাইছে উত্তেজনা। জেডিইউ আৰু বিজেপি দুয়োটা দলকে মুখামুখিকৈ ​​দেখা গৈছে।

বিহাৰত বিশেষ মাংস নিষিদ্ধ কৰিবলৈ দাবী জনাইছে বিজেপিৰ বিধায়ক হৰিভূষণ ঠাকুৰ বাচৌলে। অসম চৰকাৰৰ এই সিদ্ধান্ত তেওঁও আদৰণি জনাইছে। শুকুৰবাৰে অৰ্থাৎ ০৬ ডিচেম্বৰত এক সাক্ষাৎকাৰত বাচৌলে কয় যে, অসমত হিন্দু সম্প্ৰদায়ৰ ৰাইজৰ বিশ্বাসক সন্মান জনোৱা হৈছে। বিহাৰৰ কোটি কোটি লোকেও গো-মাতাক পূজা কৰে। তেওঁৰ হত্যা কোনো কাৰণতে ন্যায্য নহয়।

বাচৌলে লগতে ইয়াকো কয় যে, বিহাৰতো যিয়ে বিশেষ মাংস বিক্ৰী কৰে তেওঁক আটাইতকৈ কঠোৰ শাস্তি দিয়া উচিত। বিশ্বাসৰ সৈতে খেলা-ধূলা কৰাৰ অধিকাৰ কাৰো নাই। ইয়াৰ ফলত সমাজত উত্তেজনাহে বিয়পিব। বিহাৰত পশুধন সুৰক্ষা আইন ১৯৫৬ আছে, কিন্তু ইয়াক পালন কৰা নহয়।

পিছে এই সন্দৰ্ভত জেডিইউৰ এমএলচি খালিদ আনোৱাৰে এক ডাঙৰ বিবৃতি দিছে। খালিদ আনোৱাৰে কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাধাৰা নেতিবাচক। বিশেষ মাংস নিষিদ্ধ কৰাটো এন ডি এৰ এজেণ্ডা নহয়। অসমত মুছলমান আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰো খাদ্যাভ্যাস একে। সেই মানুহবোৰে এতিয়া কি কৰিব? গতিকে অসম চৰকাৰৰ এই সিদ্ধান্ত সঠিক নহয়। পিছে বিহাৰত বিশেষ মাংস নিষিদ্ধ নহয়।

খালিদ আনোৱাৰে কয় যে, বিহাৰ বিজেপিত এনে কিছুমান লোক আছে, যাৰ চিন্তাধাৰা অসমৰ মুখ্যমন্ত্ৰীৰ দৰে একেই। একেখিনি মানুহেই বিহাৰতো নিষেধাজ্ঞাৰ দাবী জনাইছে। বিহাৰত তেওঁলোকে ১৯ বছৰে চৰকাৰ চলাই আহিছে। তেওঁলোকে কেতিয়াও এনেবোৰ কথাত গুৰুত্ব দিয়া নাই।

Tags: #AssamBiharMeat ban

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025