Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Language -
অসমীয়া
  • English

Tag: Bihar

ৰাষ্ট্ৰপতিৰ কাৰ্যসূচীৰ সময়ত শীতলা মন্দিৰত ডাঙৰ দুৰ্ঘটনা, ৮ জনৰ প্ৰাণহানি

ৰাষ্ট্ৰপতিৰ কাৰ্যসূচীৰ সময়ত শীতলা মন্দিৰত ডাঙৰ দুৰ্ঘটনা, ৮ জনৰ প্ৰাণহানি

বিহাৰৰ নালন্দাৰ মন্দিৰত ৩১ মাৰ্চৰ পুৱা ৮গৰাকী মহিলা ভক্তৰ প্ৰাণহানি হয়। লগতে এই দুৰ্ঘটনাটোত আন কেইবাজনো ভক্ত আহত হয়। অৱশ্যে ...

নীতিশ কুমাৰৰ Exit Plan নে কাহিনী এতিয়াও বাকী আছে? বিহাৰৰ ৰাজনৈতিক সমীকৰণে কি কয়?

নীতিশ কুমাৰৰ Exit Plan নে কাহিনী এতিয়াও বাকী আছে? বিহাৰৰ ৰাজনৈতিক সমীকৰণে কি কয়?

বিহাৰৰ ৰাজনীতিত পুনৰ অস্থিৰতাই বিৰাজ কৰিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব নিশ্চিত কৰাৰ পিছতে ৰাজনৈতিক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইয়াক কেৱল ...

বিহাৰত কোনে মাৰিব শেষ হাঁহি? কাৰ দখলত বিহাৰৰ গাদী?

বিহাৰত কোনে মাৰিব শেষ হাঁহি? কাৰ দখলত বিহাৰৰ গাদী?

অব্যাহত আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া। এই ভোটগণনাৰ শেহতীয়া স্থিতি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। অপ্ৰতিৰোধ্যভাৱে অগ্ৰগতি হৈছে এনডিএ চৰকাৰৰ। ...

কাৰ হাতলৈ বিহাৰৰ বাঘজৰী? বিহাৰ নিৰ্বাচনৰ ফলাফলৰ সকলো আপডেট…

কাৰ হাতলৈ বিহাৰৰ বাঘজৰী? বিহাৰ নিৰ্বাচনৰ ফলাফলৰ সকলো আপডেট…

আজি ঘোষণা হ'ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া। গতিকে বিহাৰৰ ৰাজপাট  কাৰ হাতলৈ ...

বিহাৰত গঠন হ’ব নেকি কংগ্ৰেছ-RJDৰ চৰকাৰ? নীতিশ কুমাৰক স্তম্ভিত কৰা একমাত্ৰ সমীক্ষা…

বিহাৰত গঠন হ’ব নেকি কংগ্ৰেছ-RJDৰ চৰকাৰ? নীতিশ কুমাৰক স্তম্ভিত কৰা একমাত্ৰ সমীক্ষা…

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা অসংখ্য এগজিট প’ল আৰু সমীক্ষাৰ ফলত ৰাজনৈতিক গতিশীলতা ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে। ...

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

কাৰ দখলত বিহাৰ? কিহৰ ইংগিত দিলে EXIT POLL য়ে?

১১ নৱেম্বৰত  বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সামৰণি পৰে। এইয়া আছিল দ্বিতীয় পৰ্যায়ৰ ভোটদান। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল। ১৪ ...

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

আৰম্ভ ভোটযুদ্ধ! তেজস্বী যাদৱ নে নীতিশ কুমাৰ?

বিহাৰত আৰম্ভ হৈছে ভোটযুদ্ধ। বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ চলিছে তীব্ৰ চিন্তা-চৰ্চা। আজি বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ...

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য

নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধান সভা নিৰ্বাচনৰ বাবে মঙলবাৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ১০১ খন ...

চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…

চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত হ’ল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ)ৰ আসন বিতৰণ প্ৰক্ৰিয়া। ৰাজ্যখনত এনডিএৰ সৰ্ববৃহত সহযোগী দল বিজেপি আৰু ...

কেতিয়া অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন? মুখ্যমন্ত্ৰীয়ে ক’লে সবিশেষ…

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

৩০ ছেপ্টেম্বৰ মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। https://voters.eci.gov.in/ ত গৈ চাব পাৰিব ...

Page 1 of 8 1 2 8

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist