• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
23 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহানগৰীত নিশা ২ বজালৈ খোলা থাকিব ৱাইন শ্বপ!

Nation NE by Nation NE
March 20, 2025
in Top News, BIG BREAKING, অসম
0 0
মহানগৰীত নিশা ২ বজালৈ খোলা থাকিব ৱাইন শ্বপ!

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। ডিব্ৰুগড় সচিবালয়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। এই বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই আজি কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ ৰাজহুৱা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি সংবাদমেল আৰম্ভ কৰা মুখ্যমন্ত্ৰীয়ে নামৰূপত ইউৰীয়া আৰু এমনীয়া প্লাণ্টৰ বাবে টকা অনুমোদন দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

কেবিনেটে মৰাণ জনগোষ্ঠীৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলক অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব। এই জনগোষ্ঠীটোৱে অসমত চাকৰি, সংৰক্ষণ, শিক্ষাৰ সকলো সুবিধা লাভ কৰিব।

ইফালে NHM ত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বয়সৰ সীমাও প্ৰত্যাহৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে গোৱালপাৰা চিভিল হস্পিটেলখন ‘নিধৰুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়’ হিচাপে পৰিচিত হ’ব।

আন আন সিদ্ধান্তসমূহ হ’ল-

গ্ৰামাঞ্চলৰ ৱেলনেচ চেণ্টাৰত বিনামূলীয়া চিকিৎসা শিৱিৰ হ’ব।

এমালগেচনৰ পাছত বন্ধ হোৱা বিদ্যালয় আয়ুক্তৰ অধীনত থাকিব। যিকোনো চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰিব।

জোনাই সমষ্টিত চিমেন চিচি টাঙনি নামেৰে নতুন ব্লক গঠন।

কমতাপুৰ, মৰাণ আৰু মটক স্বায়ত্ত শাসিত পৰিষদীয় এলেকাত ৫০ শতাংশতকৈ কম স্ব-জনগোষ্ঠীয় লোক থাকিলেও পৰিষদত অন্তৰ্ভুক্ত হ’ব।

গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত ২৪ ঘন্টাই দোকান খোলা থাকিব। চহৰত ২ বজালৈ আৰু গ্ৰামাঞ্চলত নিশা ১১ বজালৈ খোলা থাকিব। ইয়াৰ লগতে গুৱাহাটী মহানগৰীত নিশা ২ বজালৈ ৱাইন শ্বপ আৰু আন আন ঠাই সমূহত নিশা ১২ বজালৈ খোলা ৰখাৰ সন্দৰ্ভতো চিন্তা-চৰ্চা চলোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

কামৰূপ আৰু বঙাইগাঁৱৰ দুখন PRFক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হ’ব।

স্বায়ত্ত পৰিষদে নিৰ্ধাৰিত পুঁজিতকৈ অধিক ধনৰ নিবিদা দিব নোৱাৰিব।

২৬২ কোটি বাগিচাৰ উন্নয়নৰ বাবে মুকলি।

প্ৰাথমিক বিদ্যালয়ত নূন্যতম ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী থাকিলে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব।

প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰাকৈ অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। ২৯ আগষ্টৰ পৰা বৰ্ষজোৰাকৈ পালন কৰা হ’ব।

ৰংঘৰৰ বাকৰিত কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tags: Assam CabinetHimanta Biswa SarmaWine Shop

Related Posts

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়
Top News

March 24, 2026
স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান,  ১১০ জনৰ প্ৰাণহানি

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান, ১১০ জনৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025