• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চিকেন নেক সন্দৰ্ভত মহম্মদ ইউনুছক সকীয়নি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, ‘ভাৰতক ভাবুকি দিয়া সকলে এই কথাও জানি থোৱা উচিত’…

Nation NE by Nation NE
May 26, 2025
in Top News, অসম
0 0
চিকেন নেক সন্দৰ্ভত মহম্মদ ইউনুছক সকীয়নি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, ‘ভাৰতক ভাবুকি দিয়া সকলে এই কথাও জানি থোৱা উচিত’…
Share on FacebookShare on TwitterWhatsApp

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৫ মে’ৰ দিনটোত কয় যে “চিকেন নেক কৰিডৰ”ক লৈ ভাৰতক ত ভাবুকি দিয়াসকলে নিজৰ অৱস্থাটো প্ৰথমতে চাই লোৱা উচিত। কিয়নো তেওঁ কয় যে, বাংলাদেশত এনে দুটা সংকীৰ্ণ ভূমি আছে, যি “বহুত বেছি দুৰ্বল”।

উল্লেখ্য যে, চিকেন নেক অৱ ইণ্ডিয়া, চিলিগুৰি কৰিডৰ নামেৰে জনাজাত। ই প্ৰায় ২২–৩৫ কিলোমিটাৰ বহল, উত্তৰ-পূব অঞ্চলক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা এক সৰু ভূমি।

ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত ড০ শৰ্মাই কয় যে, যিসকলে ‘চিকেন নেক কৰিডৰ’কলৈ ভাৰতক ভাবুকি দি আছে, তেওঁলোকেও এই কথা মনত ৰখা উচিত যে বাংলাদেশতো দুটা ‘চিকেন নেক’ আছে। এই দুয়োখনেই অতি নিৰাপত্তাহীন।

প্ৰথমটো হ’ল ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ বাংলাদেশ কৰিড’ৰ – ডাখিন দিনাজপুৰৰ পৰা দক্ষিণ-পশ্চিম গাৰো পাহাৰলৈকে। ইয়াত যিকোনো বিঘিনি হ’লে সমগ্ৰ ৰংপুৰ সংমণ্ডল বাংলাদেশৰ বাকী অংশৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হ’ব পাৰে।

দ্বিতীয়তে আছে দক্ষিণ ত্ৰিপুৰাৰ পৰা বংগোপসাগৰলৈকে ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চট্টগং কৰিডৰ।

অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ চিকেন নেকতকৈও সৰু এই চট্টগং কৰিড’ৰটোৱেই হৈছে বাংলাদেশৰ অৰ্থনৈতিক ৰাজধানী আৰু ৰাজনৈতিক ৰাজধানীৰ মাজত একমাত্ৰ সংযোগী পথ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, তেওঁ কেৱল ভৌগোলিক তথ্যহে দিছে, যিটো হয়তো একাংশই পাহৰি গৈছে।

Tags: #AssamBangaldeshChief minister

Related Posts

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025

শীৰ্ষ সংবাদ

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025