• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ২০০ কোটি টকা বিনিয়োগৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

      Nation NE by Nation NE
      October 10, 2024
      in Top News, অসম
      0 0
      গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ২০০ কোটি টকা বিনিয়োগৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বুধবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে ২০০ কোটি টকা বিনিয়োগ কৰাৰ লগতে অনাগত দিনত এক স্থিতিস্থাপক আন্তঃগাঁথনি গঢ়ি তোলা হ’ব৷

      ছ’চিয়েল মিডিয়া এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, ‘জলবায়ু পৰিৱৰ্তনে তীব্ৰতৰ কৰি তোলা গুৱাহাটীৰ নগৰীয়া বানপানীৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ স্থিতিস্থাপক আন্তঃগাঁথনি সৃষ্টি কৰাত আমাৰ গুৰুত্ব। আমি অনাগত দিনত ২০০ কোটি বিনিয়োগ কৰি এই জৰুৰী সমস্যাটোক লাঘৱ কৰাত সহায় কৰিব।”

      উল্লেখ্য যে, এইবাৰৰ বাৰিষাত সময়ে সময়ে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। কৃত্ৰিম বানৰ বাবে গুৱাহাটীৰ জনসাধাৰণে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷

      অৱশ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছিল যে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ যোৰাবাট পাহাৰত ব্যক্তিগত বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহে বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস কৰাৰ ফলত মহানগৰীত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

      Tags: Artificial floodAssam GovtGuwahatiHimanta Biswa Sarma

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist