• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ২০০ কোটি টকা বিনিয়োগৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

Nation NE by Nation NE
October 10, 2024
in Top News, অসম
0 0
গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ২০০ কোটি টকা বিনিয়োগৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বুধবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে ২০০ কোটি টকা বিনিয়োগ কৰাৰ লগতে অনাগত দিনত এক স্থিতিস্থাপক আন্তঃগাঁথনি গঢ়ি তোলা হ’ব৷

ছ’চিয়েল মিডিয়া এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, ‘জলবায়ু পৰিৱৰ্তনে তীব্ৰতৰ কৰি তোলা গুৱাহাটীৰ নগৰীয়া বানপানীৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ স্থিতিস্থাপক আন্তঃগাঁথনি সৃষ্টি কৰাত আমাৰ গুৰুত্ব। আমি অনাগত দিনত ২০০ কোটি বিনিয়োগ কৰি এই জৰুৰী সমস্যাটোক লাঘৱ কৰাত সহায় কৰিব।”

উল্লেখ্য যে, এইবাৰৰ বাৰিষাত সময়ে সময়ে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। কৃত্ৰিম বানৰ বাবে গুৱাহাটীৰ জনসাধাৰণে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷

অৱশ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছিল যে গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ যোৰাবাট পাহাৰত ব্যক্তিগত বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহে বৃহৎ পৰিমাণৰ বনাঞ্চল ধ্বংস কৰাৰ ফলত মহানগৰীত ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

Tags: Artificial floodAssam GovtGuwahatiHimanta Biswa Sarma

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025