অসমৰ STF দলক আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক। জেহাদীৰ বিৰুদ্ধে চলা অপাৰেচন প্ৰঘাতৰ সফল অভিযানৰ বাবে আৰক্ষী বিষয়াকেইগৰাকীলৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান।
এই ৮ আৰক্ষী আৰক্ষী বিষয়া হ’ল-
IGP পাৰ্থ সাৰথি মহন্ত, APS প্ৰণৱ কুমাৰ পেগু, APS অনুৰাগ শৰ্মা, APS সত্যেন্দ্ৰ সিং হাজাৰী, INSP সূৰয দলে, INSP শংকৰজ্যোতি নাথ, INSP কপিল পাঠক, INSP বিক্ৰম বসুমতাৰী।
 
			






 
					






