• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

Nation NE by Nation NE
August 13, 2025
in Top News, অসম
0 0
ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰত-বাংলাদেশ সীমান্তৰ কাছাৰ জিলাৰ পৰা আটক কৰিছে ৯ গৰাকী সন্দেহজনক ৰহিংগিয়া নাগৰিকক। বুধবাৰে অসম আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

শীৰ্ষ বিষয়াই প্ৰদান কৰা তথ্য অনুসৰি, মঙলবাৰে নিশা কাটিগড়া অঞ্চলৰ বিশ্বনভৰপুৰ গাঁৱৰ বাসিন্দাসকলে সন্দেহজনক নাগৰিকৰ দলটোক দেখা পায় আৰু সোধা-পোছা কৰাৰ অন্তত আৰক্ষীক গতাই দিয়ে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত জানিব পৰা যায় যে এই লোকসকলে ২০ বছৰ পূৰ্বে বাংলাদেশৰ পৰা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল আৰু তাৰ পিছৰ পৰা তেওঁলোকে হায়দৰাবাদ কৰ্মৰত আছিল।

আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, তেওঁলোকে বাংলাদেশত থকা আত্মীয়ক সাক্ষাত কৰিবলৈ পুনৰ অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। দুজন লোকৰ সহায়ত দলটোৱে সীমান্ত পাৰ হোৱাৰ চেষ্টা চলোৱাৰ কথাও আৰক্ষীৰ আগত উল্লেখ কৰে।

আৰক্ষীয়ে জনোৱা মতে, হায়দৰাবাদৰ পৰা ৰে’লযোগে যাত্ৰা কৰা এই দলটোক এজন মধ্যভোগীয়ে সীমান্তৰ ওচৰৰ এখন হাবিলৈ লৈ যায়, য’ত তেওঁলোকে গোটেই দিনটো অনাহাৰে থাকে। পিছত খাদ্যৰ সন্ধান কৰি থকাৰ সময়তে স্থানীয় ৰাইজে তেওঁলোকক প্ৰত্যক্ষ কৰে।

Tags: #CacharAssam PoliceIndia-Bangladesh BorderRohingya

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025