• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 11, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীলৈ কোনে নিক্ষেপ কৰিলে মোবাইল?

Nation NE by Nation NE
November 26, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীলৈ কোনে নিক্ষেপ কৰিলে মোবাইল?
Share on FacebookShare on TwitterWhatsApp

হিন্দু ঐক্যই আয়োজন কৰে এক পদযাত্ৰাৰ। এই পদযাত্ৰাত হিন্দু ঐক্যই ছটাৰপুৰ হৈ উত্তৰ প্ৰদেশত প্ৰৱেশ কৰে। পিছে হিন্দু ঐক্য পদযাত্ৰাৰ সময়তেই পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক মোবাইল ফোনেৰে আক্ৰমণ কৰা হয়।আচলতে হিন্দু একতাৰ পদযাত্ৰাৰ সময়ত কোনোবাই ফুলৰ লগতে মোবাইল ফোন এটাও তেওঁৰ ওপৰত দলিয়াই দিয়ে।

এই ঘটনা সংঘটিত হৈছে মঙলবাৰে উত্তৰ প্ৰদেশৰ মৌৰাণীপুৰৰ সমীপত। ভিৰৰ মাজৰ কোনোবাই ফুলৰ লগতে মোবাইল ফোন এটা পেলাই দিয়াৰ ফলত তেওঁৰ কাণত আঘাত পায়। শাস্ত্ৰীয়ে কয় যে, তেওঁ ম’বাইলটো বিচাৰি পাইছে। এই ঘটনাৰ পিছত দেশত বৃদ্ধি পোৱা সাম্প্ৰদায়িক উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, এনে একতা সমদল উলিয়াই নিদিলে দেশখন গৃহযুদ্ধৰ দিশে আগবাঢ়িব পাৰে।

বাগেশ্বৰ ধামৰ পীঠধীশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ ‘সনাতন হিন্দু ঐক্য’ পদযাত্ৰা চলিছে। ঝান্সীৰ মৌৰাণীপুৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। ৰাতিপুৱা ৯ বজাৰ পৰা হনুমান চালিচা আৰু মন্ত্ৰ জপৰে আৰম্ভ হোৱা যাত্ৰাত হঠাৎ ৰামভান হোটেলৰ সমীপৰ ভিৰৰ মাজতে কোনোবাই ফুলৰ সৈতে ম’বাইল ফোন এটা শাস্ত্ৰীৰ ফালে দলিয়াই দিয়ে। ফোনটোৱে তেওঁৰ কাণত পোনে পোনে খুন্দা মৰাৰ ফলত তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাৰ পিছত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে দেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে, দেশক গৃহযুদ্ধৰ পৰা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। শাস্ত্ৰীয়ে জাতিবাদ, অস্পৃশ্যতা আৰু সামাজিক বৈষম্যক দেশৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি অভিহিত কৰে।

তেওঁ কয় যে এইবোৰ কথাই দেশখক ভিতৰৰ পৰা খোকোলা কৰি পেলাইছে। তেওঁ কয় যে, যেতিয়ালৈকে এই বৈষম্যৰ অন্ত নপৰে আৰু যুৱক-যুৱতীসকলৰ হাতত কলম নুঠে, তেতিয়ালৈকে দেশ আগবাঢ়িব নোৱাৰে।

Tags: BAGESHWARIndiaSHASTRI

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

February 10, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025