• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বাসৰুদ্ধকৰ ঘটনাৰ আমোদজনক অৱসান; ধন নাপাই গছত উঠিল নাৰায়ণ, ৰাইজে কাটি দিলে গছ

Nation NE by Nation NE
August 20, 2024
in Top News, অসম
0 0
শ্বাসৰুদ্ধকৰ ঘটনাৰ আমোদজনক অৱসান; ধন নাপাই গছত উঠিল নাৰায়ণ, ৰাইজে কাটি দিলে গছ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৈঠালাংছ’ৰ পশ্চিম কাৰ্বি আংলং আৰু নগাঁও সীমান্তবৰ্তী বৰপথাৰত সংগঠিত এক শ্বাসৰুদ্ধকৰ তথা আমোদজনক ঘটনা। যি ঘটনাই দাঙি ধৰিছে ড্ৰাগছৰ ভয়াৱহতাৰ কাহিনী।

ড্ৰাগছ আসক্ত পুত্ৰই কৰিলে এক আচৰিত কাণ্ড। পিতৃৰ পৰা দাবী কৰা ধন নাপাই পুত্ৰই চিপজৰী লৈ উঠিল গছত। পিছে তাৰপাছত কি হ’ল জানো আহক।

মংগলবাৰে বৈঠালাংছ’ৰ বৰপথাৰ গাঁৱৰ নাৰায়ণ ৰায় নামৰ ২৬ বছৰীয়া ড্ৰাগচ আসক্ত যুৱকজনে পিতৃ মদন ৰায়ৰ পৰা বিচাৰে এহেজাৰ টকা। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ বৃদ্ধ পিতৃয়ে লোকৰ পৰা ধাৰ কৰি কোনোমতে পুত্ৰক পাঁচশ টকা আনি দিয়ে।

এই কথাতেই ৰুদ্ৰ ৰূপ ধাৰণ কৰি পুত্ৰ নাৰায়ণে বৃদ্ধ পিতৃক শাৰীৰিকভাৱে আক্ৰমন কৰে। ইয়াতেই ক্ষান্ত নাথাকি এহেজাৰ টকা দিব নোৱাৰিলে আত্মহত্যা কৰাৰ ভাবুকি দিয়ে। তেওঁ হাতত এডাল ৰছী লৈ বাৰীৰ পিছফালে থকা এজোপা গছত উঠে।

তাৰ পিছত গছজোপাৰ তলৰ পৰা পিতৃৰ লগতে গাঁওবাসীয়ে নাৰায়ণক গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে বুজনি দিয়ে।

ঘটনাস্থলীত বৈঠালাংছ’ আৰক্ষী আহি উপস্থিত হয়। কিন্তু তাৰপাছতো নাৰায়ণ তললৈ নামি নাহে। ইয়াৰ পাছত কেইবাঘন্টা জোৰা এক শ্বাসৰুদ্ধকৰ নাটকৰ পিছত ৰাইজে গছজোপা কাটি দিয়াৰ সিদ্ধান্ত লয়। কথামতেই কাম। আৰক্ষীৰ সহযোগত উপস্থিত ৰাইজে গছজোপা কাটি দিয়ে। তাৰ পাছতেই নাৰায়ণে গছৰ পৰা আম সৰা দি তললৈ সৰি পৰে। ইয়াৰ পাছত তেওঁ সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

উক্ত ঘটনাই স্থানীয় লোকসকলক আমোদ দিয়ে যদিও ড্ৰাগছৰ কবলত পৰি একাংশ লোকে এখন ঘৰ বা পৰিয়ালক কেনে পৰ্যায়ৰ মানসিক যন্ত্ৰনা দি আহিছে তাৰ এক কৰুণ প্ৰতিচ্ছবিও স্পষ্ট ৰূপত ফুটাই তুলে।

Tags: #AssamBaithalansho

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025