• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বাসৰুদ্ধকৰ ঘটনাৰ আমোদজনক অৱসান; ধন নাপাই গছত উঠিল নাৰায়ণ, ৰাইজে কাটি দিলে গছ

Nation NE by Nation NE
August 20, 2024
in Top News, অসম
0 0
শ্বাসৰুদ্ধকৰ ঘটনাৰ আমোদজনক অৱসান; ধন নাপাই গছত উঠিল নাৰায়ণ, ৰাইজে কাটি দিলে গছ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৈঠালাংছ’ৰ পশ্চিম কাৰ্বি আংলং আৰু নগাঁও সীমান্তবৰ্তী বৰপথাৰত সংগঠিত এক শ্বাসৰুদ্ধকৰ তথা আমোদজনক ঘটনা। যি ঘটনাই দাঙি ধৰিছে ড্ৰাগছৰ ভয়াৱহতাৰ কাহিনী।

ড্ৰাগছ আসক্ত পুত্ৰই কৰিলে এক আচৰিত কাণ্ড। পিতৃৰ পৰা দাবী কৰা ধন নাপাই পুত্ৰই চিপজৰী লৈ উঠিল গছত। পিছে তাৰপাছত কি হ’ল জানো আহক।

মংগলবাৰে বৈঠালাংছ’ৰ বৰপথাৰ গাঁৱৰ নাৰায়ণ ৰায় নামৰ ২৬ বছৰীয়া ড্ৰাগচ আসক্ত যুৱকজনে পিতৃ মদন ৰায়ৰ পৰা বিচাৰে এহেজাৰ টকা। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ বৃদ্ধ পিতৃয়ে লোকৰ পৰা ধাৰ কৰি কোনোমতে পুত্ৰক পাঁচশ টকা আনি দিয়ে।

এই কথাতেই ৰুদ্ৰ ৰূপ ধাৰণ কৰি পুত্ৰ নাৰায়ণে বৃদ্ধ পিতৃক শাৰীৰিকভাৱে আক্ৰমন কৰে। ইয়াতেই ক্ষান্ত নাথাকি এহেজাৰ টকা দিব নোৱাৰিলে আত্মহত্যা কৰাৰ ভাবুকি দিয়ে। তেওঁ হাতত এডাল ৰছী লৈ বাৰীৰ পিছফালে থকা এজোপা গছত উঠে।

তাৰ পিছত গছজোপাৰ তলৰ পৰা পিতৃৰ লগতে গাঁওবাসীয়ে নাৰায়ণক গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে বুজনি দিয়ে।

ঘটনাস্থলীত বৈঠালাংছ’ আৰক্ষী আহি উপস্থিত হয়। কিন্তু তাৰপাছতো নাৰায়ণ তললৈ নামি নাহে। ইয়াৰ পাছত কেইবাঘন্টা জোৰা এক শ্বাসৰুদ্ধকৰ নাটকৰ পিছত ৰাইজে গছজোপা কাটি দিয়াৰ সিদ্ধান্ত লয়। কথামতেই কাম। আৰক্ষীৰ সহযোগত উপস্থিত ৰাইজে গছজোপা কাটি দিয়ে। তাৰ পাছতেই নাৰায়ণে গছৰ পৰা আম সৰা দি তললৈ সৰি পৰে। ইয়াৰ পাছত তেওঁ সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

উক্ত ঘটনাই স্থানীয় লোকসকলক আমোদ দিয়ে যদিও ড্ৰাগছৰ কবলত পৰি একাংশ লোকে এখন ঘৰ বা পৰিয়ালক কেনে পৰ্যায়ৰ মানসিক যন্ত্ৰনা দি আহিছে তাৰ এক কৰুণ প্ৰতিচ্ছবিও স্পষ্ট ৰূপত ফুটাই তুলে।

Tags: #AssamBaithalansho

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025