• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আতংকত জৰ্জৰ বাংলাদেশ! নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছক ‘দেশৰ শত্ৰু’ আখ্যা শ্বেখ হাছিনাৰ

Nation NE by Nation NE
January 24, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অন্তৰ্বতীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বাংলাদেশ বৰ্তমান সন্ত্ৰাসত ডুব গৈ আছে।

বিগত ১৮ বছৰ ধৰি বাংলাদেশ কাৰাগাৰত পৰিণত হৈছে। লগতে তেওঁ ইয়াকো উল্লেখ কৰে যে, বাংলাদেশৰ সকলো সম্পদ অন্য দেশলৈ পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছে।

১২ ফেব্ৰুৱাৰী বাংলাদেশত হব সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত শ্বেখ হাছিনাৰ দল আৱামী লীগৰ পঞ্জীয়ন স্থগিত ৰাখি সেই দলক নিষিদ্ধ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে শ্বেখ হাছিনাই বাংলাদেশৰ জনসাধাৰণক ইউনুছ চৰকাৰক উৎখাত কৰিবলৈ আবেদন জনায়।

২০২৪ত বাংলাদেশৰ পৰা নিৰ্বাসন হোৱাৰ পিছত শ্বেখ হাছিনাই প্ৰথমবাৰ ভাৰতত এক সমাৱেশত সম্বোধন কৰে। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে দেশবাসী আৰু আৱামি লীগৰ নেতা-কৰ্মীসকলক সম্বোধন কৰি আহিছে।

দিল্লীৰ পৰা শ্বেখ হাছিনাই কয় যে, জাতিৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত সৰ্বশ্ৰেষ্ঠ মুক্তি সংগ্ৰামত জয়ী হোৱা মাতৃভূমি বৰ্তমান উগ্ৰ সাম্প্ৰদায়িক শক্তি আৰু বিদেশী অপৰাধীৰ ভয়ানক আক্ৰমণত বিধ্বস্ত হৈ পৰিছে। বাংলাদেশৰ এসময়ৰ শান্তিপূৰ্ণ আৰু উৰ্বৰ ভূমি বৰ্তমান ৰক্তাক্ত ঠাইলৈ পৰিণত হৈছে। সমগ্ৰ দেশখনেই হৈ পৰিছে এক বিশাল কাৰাগাৰ, মৃত্যুৰ উপত্যকা। এই সকলোবোৰৰ কাৰণ মহম্মদ ইউনুছ বুলিয়ে কৈছে শ্বেখ হাছিনাই।

Tags: BangladeshMuhammad Yunus

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025