• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 18, 2026
24 °c
Guwahati
24 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহম্মদ ইউনুছলৈ মোক্ষম আঘাত তাৰিক ৰহমানৰ! সংস্কাৰ পৰিষদৰ সদস্য হিচাপে শপত ল’বলৈ অস্বীকাৰ BNPৰ সাংসদৰ

Nation NE by Nation NE
February 18, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বৃহৎ বিজয়ৰ পিছত ১৭ ফেব্ৰুৱাৰীত ঢাকাৰ ৰাষ্ট্ৰীয় সংসদৰ চাউথ প্লাজাত বাংলাদেশ জাতীয়তাবাদী দলৰ নতুন সাংসদসকলে শপত গ্ৰহণ কৰে।

বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানে মুখ্য উপদেষ্টা মহম্মদ ইউনুছক যথেষ্ট আঘাত কৰে। সাংবিধানিক সংস্কাৰ পৰিষদৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিবলৈ অস্বীকাৰ বিএনপিৰ সাংসদসকলৰ।

মঙলবাৰে পুৱা মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে শপত গ্ৰহণ কৰে, দেশৰ সংবিধান অনুসৰি। দ্বাদশ সংসদৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদ খালী হোৱাৰ বাবে শপত গ্ৰহণ কৰে মুখ্য নিৰ্বাচন আয়ুক্তই। সংসদ সচিবালয়ৰ সম্পাদক কানিজ মৌলাই শপতগ্ৰহণ অনুষ্ঠান পৰিচালনা কৰে।

বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিএনপিৰ সাংসদসকলে সাংবিধানিক সংস্কাৰ পৰিষদৰ সদস্য হিচাপে শপত গ্ৰহণ নকৰে।

শপত গ্ৰহণৰ পিছত বিএনপিৰ জ্যেষ্ঠ নেতা চালাহুদ্দিন আহমেদে দলৰ সাংসদসকলক সম্বোধন কৰি সাংবিধানিক সংস্কাৰ পৰিষদৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে। তেওঁ উল্লেখ কৰে যে, বৰ্তমানৰ সংবিধানত সাংবিধানিক সংস্কাৰ পৰিষদৰ কোনো ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হোৱা নাই। যদিহে গণভোটৰ ভিত্তিত এনে পৰিষদ গঠন কৰা হয়, তেন্তে প্ৰথমে ইয়াক আনুষ্ঠানিকভাৱে সংবিধানত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন হ’ব।

তেওঁ বুজাই দিয়ে যে, শপত গ্ৰহণৰ ফৰ্মেট সংবিধানৰ তৃতীয় অনুসূচীত উল্লেখ কৰা হৈছে, আৰু বৰ্তমান সাংসদসকলে সেই অনুসৰি শপত গ্ৰহণ কৰিছে। সংস্কাৰ পৰিষদ সম্পৰ্কীয় বিধান সাংবিধানিক অনুসূচীত অন্তৰ্ভুক্ত নোহোৱালৈকে আৰু ৰাষ্ট্ৰীয় বিধানসভাই সাংবিধানিকভাৱে অনুমোদন নকৰালৈকে ইয়াৰ সদস্যসকলে গ্ৰহণ কৰা শপতনামাৰ কোনো আইনী ভিত্তি নাথাকিব।

ছালাহুদ্দিন আহমেদে পুনৰ কয় যে, বিএনপিয়ে সদায় সাংবিধানিক প্ৰক্ৰিয়াক সন্মান জনাই আহিছে আৰু কৰি যাব। লগতে তেওঁ উল্লেখ কৰে যে, দলৰ অধ্যক্ষ তাৰিক ৰহমানৰ নিৰ্দেশনা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে।

যদিও সকলো নিৰ্বাচিত সাংসদে সংসদৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিছে, তথাপিও কাৰিকৰী আৰু সাংবিধানিক অসামঞ্জস্যৰ বাবে সম্প্ৰতি সংস্কাৰ পৰিষদৰ অংশ হ’বলৈ অনিচ্ছুক। বিএনপিৰ মতে স্পষ্ট আৰু বৈধ আইনী কাঠামো স্থাপন নোহোৱালৈকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাটো উপযুক্ত নহ’ব।

বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানে ঢাকা-১৭ সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত তেওঁৰ পত্নী জুবাইদা ৰহমান আৰু কন্যা জাইমা ৰহমান উপস্থিত থাকে।

Tags: BangladeshBangladesh Prime Ministertarik rahman

Related Posts

এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…
Top News

এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

February 18, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 18, 2026
বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’
Top News

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’

February 17, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 17, 2026

শীৰ্ষ সংবাদ

মহম্মদ ইউনুছলৈ মোক্ষম আঘাত তাৰিক ৰহমানৰ! সংস্কাৰ পৰিষদৰ সদস্য হিচাপে শপত ল’বলৈ অস্বীকাৰ BNPৰ সাংসদৰ

এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025