• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
February 17, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৬৭০- শিৱাজীয়ে মোগলৰ অধীনস্থ সিংহগদ দুৰ্গ জয় কৰে।

১৮৬৪- আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত এইচ.এল.হানলি ছাবমেৰিনে প্ৰথমবাৰৰ বাবে এখন যুদ্ধ জাহাজ ধ্বংস কৰে।

১৮৭৮- ছান ফ্ৰান্সিস্কোত প্ৰথম টেলিফোন এক্সচেঞ্জ মুকলি কৰা হয়।

১৯০৯- আমেৰিকান সাম্ৰাজ্যৰ বিৰুদ্ধে সংগ্ৰাম চলোৱা কৃষ্ণাংগ আপাচি যোদ্ধা জেৰ’নিমোৰ মৃত্যু হয়।

১৯১৫- গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে শান্তিনিকেতন ভ্ৰমণ কৰে।

১৯২৭- আজিৰ দিনটোতে বীৰ ৱামনৰাও যোশীৰ ৰচনা “ৰন্দুন্দুভি” নাটখন মুম্বাইত মঞ্চস্থ কৰা হয়, য’ত তেজস্বনীৰ চৰিত্ৰত অভিনয় কৰে দীনানাথ মংগেশকাৰে।

১৯৩১- লৰ্ড ইৰউইনে ভাইচৰয়ৰ বাসগৃহত গান্ধীজীক আদৰণি জনায়।

১৯৪৪- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এনিউৱেটক যুদ্ধ আৰম্ভ হয়, এই যুদ্ধত আমেৰিকাৰ সৈন্যই জয়লাভ কৰে।

১৯৪৭- ছোভিয়েট ইউনিয়নত “ভইচ অৱ আমেৰিকা”ৰ সম্প্ৰচাৰ আৰম্ভ হয়।

১৯৫৯- প্ৰথম বতৰ উপগ্ৰহ ভ্যানগাৰ্ড ২ কক্ষপথলৈ উৎক্ষেপণ কৰা হয়।

১৯৬৪- আমেৰিকাৰ প্ৰতিনিধি সদনে নাগৰিক অধিকাৰ আইনত অনুমোদন জনায়।

১৯৭২- ব্ৰিটিছ সংসদে ইউৰোপীয় সম্প্ৰদায়ত যোগদানৰ প্ৰস্তাৱ গৃহীত কৰে।

১৯৯৯- প্ৰীতি বংশাল (ভাৰতীয় মূলৰ) নিউয়ৰ্ক ৰাজ্যৰ ছলিচিটৰ জেনেৰেল হয়। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে পাকিস্তানৰ সকলো সামৰিক আদালত বাতিল কৰিলে।

২০০২- জম্মুৰ ৰাজৌৰী জিলাৰ নৰলা গাঁৱত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে একেটা পৰিয়ালৰ ৮ জন সদস্যক হত্যা কৰে।

২০০৮- ক’ছ’ভ’ই ছাৰ্বিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰে।

২০০৮- ৫৮ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আমিৰ চুলতানৰ পৰিচালনাত নিৰ্মিত তামিল ছবি চাৰুথিবীৰণক বিশেষ উল্লেখ বঁটা প্ৰদান কৰা হয়।

২০০৯- নিৰ্বাচন আয়োগে চূড়ান্ত পৰ্যায়ৰ ভোটদান শেষ নোহোৱালৈকে এগজিট প’লৰ সম্প্ৰচাৰ নিষিদ্ধ কৰে।

২০১৪- আজিৰ দিনটোতে চৌদি আৰৱৰ সোমায়া জিব্বৰ্তি দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধান সম্পাদক হিচাপে পৰিগণিত হয়। ছৌদি গেজেট কাকতৰ মুখ্য সম্পাদক হিচাপে নিযুক্তি লাভ কৰে ছাউডি গেজেট কাকতৰ।

Tags: global newsHistory newsWorld news

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025