• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উলোটা গংগা বোৱাবলৈ সাজু বাংলাদেশ, ৪ মাহৰ ভিতৰত ২য়বাৰৰ বাবে মহম্মদ ইউনুছৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Nation NE by Nation NE
December 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
উলোটা গংগা বোৱাবলৈ সাজু বাংলাদেশ, ৪ মাহৰ ভিতৰত ২য়বাৰৰ বাবে মহম্মদ ইউনুছৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
Share on FacebookShare on TwitterWhatsApp

১৯ ডিচেম্বৰত ইজিপ্তত অনুষ্ঠিত ডি-৮ সন্মিলনৰ সময়ত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বৈঠকত নতুন কূটনৈতিক আলোচনাৰ সূচনা হয়। দুয়োগৰাকী নেতাই ইতিহাসৰ সেই ক’লা পৃষ্ঠাবোৰক অস্বীকাৰ কৰিবলৈ অশেষ চেষ্টা কৰিছিল, য’ত পাকিস্তানী সেনাই তেতিয়াৰ পূব পাকিস্তানৰ পৰা বাংলাদেশ গঠনৰ সময়ত লাখ লাখ লোকক হত্যা কৰি বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

ইজিপ্তত আলিংগনৰ সময়ত ইউনুছ-শ্বৰীফে বাণিজ্য, সাংস্কৃতিক বিনিময় আৰু ছাৰ্ক শীৰ্ষ সন্মিলন পুনৰুজ্জীৱিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

ইউনুছে অনিচ্ছা সত্ত্বেও পাকিস্তানক ১৯৭১ চনৰ গণহত্যাৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায়। বাংলাদেশে কয় যে, পাকিস্তানী সেনাই সংঘটিত কৰা এই অত্যাচাৰক ঐতিহাসিকভাৱে স্বীকৃতি দিয়া উচিত। কিন্তু পাকিস্তানে দাবী কৰিছে যে, ১৯৭৪ চনৰ ত্ৰিপাক্ষিক সন্ধিৰ লগে লগে বিবাদৰ অন্ত পৰিছে।

বিগত চাৰি মাহত ইউনুছ আৰু শ্বৰীফৰ এইখন দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে ২৫ ছেপ্টেম্বৰত দুয়োজন নেতাই নিউয়ৰ্কত বৈঠকত মিলিত হৈছিল।

ভাৰতৰ বাবে সম্ভাৱ্য ভাবুকি কি কি?

১. বাংলাদেশ-পাকিস্তানৰ সম্পৰ্কৰ উন্নতিয়ে ভাৰতৰ কৌশলগত স্বাৰ্থ দুৰ্বল কৰি তুলিব পাৰে।

২.আন্তঃৰাষ্ট্ৰীয় মঞ্চত সাৰ্ক পুনৰুজ্জীৱিত হোৱাৰ ফলত পাকিস্তান লাভৱান হ’ব।

৩.১৯৭১ চনৰ সমস্যা সমাধান কৰিলে পাকিস্তানৰ ভাবমূৰ্তি উন্নত হ’ব পাৰে।

৪.বাংলাদেশৰ ওলোটা গংগা নীতিয়ে ভাৰতৰ চুবুৰীয়া সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।

৫.পাকিস্তানৰ কুৎসিত পদক্ষেপে আঞ্চলিক ভাৰসাম্য বিঘ্নিত কৰিব পাৰে।

অৱশ্যে এই মিত্ৰতাৰ সুযোগ লৈ আমেৰিকাই ভাৰতক আঞ্চলিক ভাৰসাম্য ৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে। এই মিত্ৰতাই ভাৰতৰ কূটনৈতিক প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাব পাৰে। এই নতুন পৰিস্থিতিৰ প্ৰতি সতৰ্কতাৰে কূটনৈতিক পদক্ষেপ ল’ব লাগিব ভাৰতে।

Tags: BangaldeshIndiaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025