• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উলোটা গংগা বোৱাবলৈ সাজু বাংলাদেশ, ৪ মাহৰ ভিতৰত ২য়বাৰৰ বাবে মহম্মদ ইউনুছৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Nation NE by Nation NE
December 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
উলোটা গংগা বোৱাবলৈ সাজু বাংলাদেশ, ৪ মাহৰ ভিতৰত ২য়বাৰৰ বাবে মহম্মদ ইউনুছৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
Share on FacebookShare on TwitterWhatsApp

১৯ ডিচেম্বৰত ইজিপ্তত অনুষ্ঠিত ডি-৮ সন্মিলনৰ সময়ত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বৈঠকত নতুন কূটনৈতিক আলোচনাৰ সূচনা হয়। দুয়োগৰাকী নেতাই ইতিহাসৰ সেই ক’লা পৃষ্ঠাবোৰক অস্বীকাৰ কৰিবলৈ অশেষ চেষ্টা কৰিছিল, য’ত পাকিস্তানী সেনাই তেতিয়াৰ পূব পাকিস্তানৰ পৰা বাংলাদেশ গঠনৰ সময়ত লাখ লাখ লোকক হত্যা কৰি বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।

ইজিপ্তত আলিংগনৰ সময়ত ইউনুছ-শ্বৰীফে বাণিজ্য, সাংস্কৃতিক বিনিময় আৰু ছাৰ্ক শীৰ্ষ সন্মিলন পুনৰুজ্জীৱিত কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

ইউনুছে অনিচ্ছা সত্ত্বেও পাকিস্তানক ১৯৭১ চনৰ গণহত্যাৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায়। বাংলাদেশে কয় যে, পাকিস্তানী সেনাই সংঘটিত কৰা এই অত্যাচাৰক ঐতিহাসিকভাৱে স্বীকৃতি দিয়া উচিত। কিন্তু পাকিস্তানে দাবী কৰিছে যে, ১৯৭৪ চনৰ ত্ৰিপাক্ষিক সন্ধিৰ লগে লগে বিবাদৰ অন্ত পৰিছে।

বিগত চাৰি মাহত ইউনুছ আৰু শ্বৰীফৰ এইখন দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে ২৫ ছেপ্টেম্বৰত দুয়োজন নেতাই নিউয়ৰ্কত বৈঠকত মিলিত হৈছিল।

ভাৰতৰ বাবে সম্ভাৱ্য ভাবুকি কি কি?

১. বাংলাদেশ-পাকিস্তানৰ সম্পৰ্কৰ উন্নতিয়ে ভাৰতৰ কৌশলগত স্বাৰ্থ দুৰ্বল কৰি তুলিব পাৰে।

২.আন্তঃৰাষ্ট্ৰীয় মঞ্চত সাৰ্ক পুনৰুজ্জীৱিত হোৱাৰ ফলত পাকিস্তান লাভৱান হ’ব।

৩.১৯৭১ চনৰ সমস্যা সমাধান কৰিলে পাকিস্তানৰ ভাবমূৰ্তি উন্নত হ’ব পাৰে।

৪.বাংলাদেশৰ ওলোটা গংগা নীতিয়ে ভাৰতৰ চুবুৰীয়া সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।

৫.পাকিস্তানৰ কুৎসিত পদক্ষেপে আঞ্চলিক ভাৰসাম্য বিঘ্নিত কৰিব পাৰে।

অৱশ্যে এই মিত্ৰতাৰ সুযোগ লৈ আমেৰিকাই ভাৰতক আঞ্চলিক ভাৰসাম্য ৰক্ষাৰ বাবে হেঁচা প্ৰয়োগ কৰিব পাৰে। এই মিত্ৰতাই ভাৰতৰ কূটনৈতিক প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাব পাৰে। এই নতুন পৰিস্থিতিৰ প্ৰতি সতৰ্কতাৰে কূটনৈতিক পদক্ষেপ ল’ব লাগিব ভাৰতে।

Tags: BangaldeshIndiaPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025