• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰদিনৰ নিশাই সংখ্যালঘুৰ ওপৰত ব*ৰ্ব*ৰ*তা

Nation NE by Nation NE
December 26, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতলৈ মোক্ষম আঘাত বাংলাদেশৰ! উত্তৰ-পূৱত বন্ধ হ’ব নেকি ইন্টাৰনেট ?
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে নৃশংসতাৰ আন এক বৃহৎ ঘটনা পোহৰলৈ আহিছে। বৰদিনৰ দিনা বান্দৰবনত খ্ৰীষ্টান ত্ৰিপুৰা সম্প্ৰদায়ৰ ১৭টাকৈ ঘৰ জ্বলাই দিয়া হয়। এই ঘৰবোৰত জুই লগায়েই পলায়ন কৰে দুষ্কৃতিকাৰী।

লামা উপজিলাৰ চৰাই ইউনিয়নৰ নতুন টংঝিৰি ত্ৰিপুৰা পাৰাত নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই অগ্নিসংযোগৰ ঘটনা। আচলতে দুষ্কৃতিকাৰীবোৰে সেই ঘৰবোৰত জুই লগাই দিছিল, যেতিয়া মানুহে আন এখন গাঁৱলৈ বৰদিন উদযাপন কৰিবলৈ গৈছিল, কাৰণ তেওঁলোকৰ অঞ্চলত কোনো গীৰ্জা নাছিল।

স্থানীয় লোকে জনোৱা অনুসৰি, ত্ৰিপুৰা সম্প্ৰদায়ৰ ১৯টা ঘৰৰ ভিতৰত ১৭টা ঘৰ জ্বলি ছাই হৈ পৰে। তেওঁ কয় যে, এই অঞ্চলত দীৰ্ঘদিন ধৰি ত্ৰিপুৰা সম্প্ৰদায়ৰ লোকে বাস কৰিছিল। কিন্তু কেইবছৰমান পূৰ্বে তেওঁলোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰা হৈছিল। তেওঁ দাবী কৰে যে, এই অঞ্চলটো আৱামী লীগৰ শাসনৰ সময়ত এজন আৰক্ষী বিষয়াৰ পত্নীক পট্টাত দিয়া হৈছিল। ইয়াৰ পিছত তেওঁলোকে গাঁৱত গছপুলি ৰোপণ কৰিলে।

নতুন টংঝিৰি পাৰাৰ মুৰব্বী পাইছাপ্ৰু ত্ৰিপুৰাই কয় যে, তেওঁলোকে তাত তিনি-চাৰি প্ৰজন্ম ধৰি বাস কৰি আহিছে। নিজকে ‘এছ পি মেন’ বুলি কোৱা এদল মানুহে তেওঁলোকক চাৰি-পাঁচ বছৰ আগতে উচ্ছেদ কৰিছিল।

ইফালে ভুক্তভোগী গুংগামণি ত্ৰিপুৰাই কয় যে, তেওঁলোকৰ ঘৰবোৰ সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ গৈছে। ঘৰৰ একো সামগ্ৰীয়েই তেওঁলোকে বচাব পৰা নোৱাৰিলে। আৱামি লীগ শাসনৰ পতনৰ পিছত বাসিন্দাসকল পুনৰ পূৰ্বস্থানলৈ ঘূৰি আহি তাত নতুনকৈ নিৰ্মাণ কৰা ঘৰত থাকিবলৈ আৰম্ভ কৰে।

ইফালে ভুক্তভোগীসকলে অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। বান্দৰবন আৰক্ষীৰ উদ্ধৃতি দি তেওঁলোকে এই সন্দৰ্ভত এফআইআৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।

Tags: BangladeshChristmasTripura tribe

Related Posts

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…
Top News

March 21, 2026
আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026

শীৰ্ষ সংবাদ

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025