• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ক লৈ ভাৰতৰ মতামতক তীব্ৰ গৰিহণা মহম্মদ ইউনুছৰ চৰকাৰৰ…

Nation NE by Nation NE
February 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ ইউনুছ চৰকাৰলৈ ডাঙৰ আঘাত ট্ৰাম্পৰ! আমেৰিকাৰ সাহায্য লাভৰ পথ বন্ধ
Share on FacebookShare on TwitterWhatsApp

ঢাকাত বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক বাসগৃহ ভাঙি পেলোৱাৰ ঘটনাক ভাৰতে গৰিহণা দিয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাংলাদেশে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই ঘটনাক দেশৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি ভাৰতৰ মন্তব্য অপ্ৰত্যাশিত আৰু অনুচিত বুলি উল্লেখ কৰে।

৫ ফেব্ৰুৱাৰীত নিশা ঢাকাৰ ৩২ নং ধনমণ্ডিত শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পৰাই এই বিতৰ্কৰ আৰম্ভ হয়।এই গৃহ বাংলাদেশৰ মুক্তিযুদ্ধৰ প্ৰতীক আছিল, য’ৰ পৰা ১৯৭১ চনত শ্বেখ মুজিবুৰে পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীন ঘোষণা কৰিছিল। পিছলৈ এক কীৰ্তিচিহ্নলৈ ৰূপান্তৰিত কৰা হয়।

ভাৰতে এই কাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াক “বৰ্বৰতাৰ কাম” বুলি অভিহিত কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, শ্বেখ মুজিবুৰ ৰহমানৰ এই ঐতিহাসিক বাসগৃহ বাংলাদেশৰ জনসাধাৰণৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ প্ৰতীক আছিল আৰু ইয়াৰ ধ্বংস অতি মৰ্মান্তিক।

কিন্তু বাংলাদেশ চৰকাৰে ভাৰতৰ এই মন্তব্যক আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ ৰফিকুল আলমে কয় যে,  ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য বাংলাদেশৰ আভ্যন্তৰীণ পৰিক্ৰমাৰ সৈতে জড়িত আৰু ই অনুচিত। তেওঁলোকে আশা কৰে যে বাংলাদেশৰ এই আভ্যন্তৰীণ পৰিক্ৰমাত আন দেশে যাতে হস্তক্ষেপ নকৰে।

ইয়াৰ পূৰ্বে বাংলাদেশ চৰকাৰেও শ্বেখ হাছিনাৰ ভাষণ সন্দৰ্ভত ভাৰতৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনে মন্তব্যই ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি বাংলাদেশে সকীয়াই দিছিল। বৰ্তমান বিতৰ্কৰ মাজতে দুয়োখন দেশৰ সম্পৰ্কত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

শ্বেখ মুজিবুৰ ৰহমানৰ বাসগৃহ বাংলাদেশৰ জাতীয় চেতনা আৰু স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে পৰিগণিত হৈছে। ইয়াৰ ধ্বংসৰ ঘটনা কেৱল বাংলাদেশৰ ভিতৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চিন্তনীয় বিষয় হৈ পৰিছে। ১৯৭১ চনৰ বাংলাদেশ যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতে ৰাজহুৱাভাৱে এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। কিন্তু বাংলাদেশ চৰকাৰৰ মতে এয়া সম্পূৰ্ণৰূপে তেওঁলোকৰ আভ্যন্তৰীণ বিষয় আৰু এই কাৰ্যত বাহিৰৰ দেশৰ হস্তক্ষেপ অনুচিত।

Tags: BangladeshMuhammad YunusSheikh Hasina

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025