• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ অৰ্থসংকটত ভুগিছে বাংলাদেশ, অচল হৈ পৰিছে দেশখনৰ অৱস্থা

Nation NE by Nation NE
April 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ অৰ্থসংকটত ভুগিছে বাংলাদেশ, অচল হৈ পৰিছে দেশখনৰ অৱস্থা
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা দেশৰ অৱস্থা অচল হৈ পৰিছে। এফালে বাংলাদেশৰ সংখ্যালঘুসকলকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। যাৰ বাবে সমগ্ৰ বিশ্বতে এই দেশখনক বদনাম কৰা হৈছে।

একে সময়তে দেশখনৰ প্ৰতিস্থাপক শ্বেখ মুজিবুৰ ৰহমানৰ ছবি বাংলাদেশী টাকাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তৰ বাবে বাংলাদেশে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ এই সিদ্ধান্তই দেশখনৰ কেন্দ্ৰীয় বেংকৰো ক্ষতি কৰিছে। বৰ্তমান পৰিস্থিতি এনেকুৱা যে, বাংলাদেশত প্ৰায় ১৫ হাজাৰ কোটি টকাৰ মুদ্ৰা প্ৰচলন বন্ধ হৈ গৈছে, যাৰ বাবে দেশখনে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পিছতেই বাংলাদেশৰ মৌলবাদী উপাদানৰ সহযোগত গঠন হোৱা মহম্মদ ইউনুছৰ চৰকাৰে বাংলাবন্ধু নামেৰেও পৰিচিত মুজিবৰ ৰহমানৰ লগত জড়িত বস্তু যেনে- কীৰ্তিচিহ্ন আৰু অন্যান্য প্ৰতীক ধ্বংস কৰিব বিচাৰিছে। ইয়াৰ অধীনত নোটৰ প্ৰচলনও বন্ধ কৰি দিয়া হৈছে।

ইফালে নোটৰ নাটনিৰ বাবে বজাৰত ব্যৱসায় স্তব্ধ হৈ পৰিছে। বেংকত ধনৰ অভাৱত নগদ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাইজে। ২০২৫ চনৰ এপ্ৰিল মাহৰ আৰম্ভণিতে ইউনুছ চৰকাৰে হঠাতে শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিচ্ছবি থকা সকলো নোট আৰু মুদ্ৰাৰ প্ৰচলন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।

চৰকাৰে মুদ্ৰা নোট নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে যদিও নতুন মুদ্ৰা ছপা নকৰাৰ বাবে দেশত এক বৃহৎ সংকটৰ সৃষ্টি হৈছে।

বাংলাদেশ বেংকৰ মতে মে’ মাহৰ পৰা নতুন নোটৰ ছপা আৰম্ভ হ’ব। এনে পৰিস্থিতিত কেতিয়া নোট ছপা হ’ব আৰু কেতিয়া বজাৰত আহিব সেই লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

Tags: BangladeshMoneyyunus

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025