• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ অৰ্থনীতিৰ অধপতন! এবছৰতে শ্বেখ হাছিনাৰ কঠোৰ পৰিশ্ৰম নষ্ট ইউনুছৰ

Nation NE by Nation NE
July 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনাৰ ১৫ বছৰীয়া কাৰ্যকাল বাংলাদেশৰ অৰ্থনীতিৰ বাবে সোণালী বছৰ। দীৰ্ঘদিন ধৰি বাংলাদেশক দক্ষিণ এছিয়াৰ অৰ্থনৈতিক প্ৰগতিৰ উজ্জ্বল নিদৰ্শন হিচাপে গণ্য কৰা হৈছে। ৰেডিমেড গাৰ্মেণ্ট খণ্ড, ৰেমিটেন্স, দৰিদ্ৰতা নিৰাময়, মানৱ সম্পদ উন্নয়ন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহু সফলতা লাভ কৰি বিশ্বত নিজৰ নাম উজলাইছিল হাছিনাই।

যদিও এতিয়া পৰিস্থিতি সলনি হোৱা যেন লাগে, শেহতীয়াকৈ প্ৰকাশ পোৱা দুটা গুৰুত্বপূৰ্ণ প্ৰতিবেদনত কোৱা হৈছে যে, বাংলাদেশৰ অৰ্থনীতিত সৃষ্টি হোৱা গভীৰ সংকটক আওকাণ কৰিব নোৱাৰি। বিশ্ব বেংকৰ ‘গ্ল’বেল ফিণ্ডেক্স ২০২৫’ আৰু নেশ্যনেল ব’ৰ্ড অৱ ৰেভিনিউ (এন বি আৰ)ৰ নতুন তথ্য অনুসৰি বাংলাদেশৰ বিত্তীয় অন্তৰ্ভুক্তি আৰু ৰাজহ সংগ্ৰহৰ পতন ঘটিছে। দেশৰ সামগ্ৰিক অৰ্থনৈতিক স্থিতিশীলতা আৰু বহনক্ষম উন্নয়নৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

আইন-শৃংখলাৰ বেয়া পৰিস্থিতিৰ লগতে অৰ্থনীতিও অচল হৈ পৰিছে। যি সময়ত ইউনুছে চীন আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক গঢ়ি তুলি নিজৰ নতুন নীতিৰ অধীনত বাংলাদেশক নতুন শক্তি দিয়াৰ চেষ্টা কৰিছে যদিও সেয়া যেন ব্যৰ্থ হৈছে।

বিশ্ব বেংকৰ নতুন ‘গ্ল’বেল ফিণ্ডেক্স ৰিপ’ৰ্ট’ত কোৱা হৈছে যে ২০২৪ চনত বাংলাদেশৰ ১৫ বছৰ আৰু তাৰ ওপৰৰ জনসংখ্যাৰ মাত্ৰ ৪৩ শতাংশৰহে বেংক বা মোবাইল মানি একাউণ্ট আছে, যিটো ২০২১ চনত ৫৩ শতাংশতকৈও কম অৰ্থাৎ তিনি বছৰৰ ভিতৰত বিত্তীয় অন্তৰ্ভুক্তিৰ হাৰ ১০ পইণ্ট হ্ৰাস পাইছে।

উল্লেখ্য যে, বিশ্বব্যাপী বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি পাইছে। ১৪১খন দেশৰ অধিকাংশতে বেংক একাউণ্টত প্ৰৱেশৰ গড় হাৰ ৭৪ শতাংশৰ পৰা ৭৯ শতাংশলৈ বৃদ্ধি পাইছে। দক্ষিণ এছিয়াত বাংলাদেশৰ স্থিতি তুলনামূলকভাৱে দুৰ্বল। ভাৰতৰ বেংক অন্তৰ্ভুক্তিৰ হাৰ ৮৯ শতাংশ আৰু শ্ৰীলংকাৰ ৮০ শতাংশৰ ওপৰত। এই তালিকাত কেৱল পাকিস্তানৰ আগত আছে বাংলাদেশ।

বিশ্ব বেংকেও মোবাইল ফাইনেন্সিয়েল চাৰ্ভিচ (এম এফ এছ) বা মোবাইল মানি একাউণ্টধাৰীৰ হাৰ হ্ৰাস পোৱা বুলিও প্ৰকাশ কৰিছে। ২০২১ চনত ২৯ শতাংশৰ পৰা ২০২৪ চনত ২০ শতাংশলৈ হ্ৰাস পাইছে।বেংক বা বিত্তীয় প্ৰতিষ্ঠানত একাউণ্টধাৰীৰ হাৰো ২৪ শতাংশৰ পৰা ২৩ শতাংশলৈ হ্ৰাস পাইছে।

Tags: BangadeshEconomySheikh Hasina

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025