• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE by Nation NE
October 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশক বৃহৎ আঘাত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ। দেশত নতুন চৰকাৰ গঠন নোহোৱালৈকে ঋণৰ ষষ্ঠ কিস্তি মুকলি নকৰাৰ কথা স্পষ্ট কৰি দিছে সংগঠনটোৱে।

বিগত বৰ্ষৰ অভ্যুত্থানৰ পিছত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰখন বৰ্তমান বাংলাদেশত ক্ষমতাত আছে, আনহাতে অহা বছৰত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। গতিকে আই এম এফৰ এই সিদ্ধান্তই দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে।

২০২২ চনত অৰ্থনৈতিক চাপৰ মাজতে বাংলাদেশে আই এম এফৰ সহায় বিচাৰিছিল। ২০২৩ চনৰ জানুৱাৰী মাহত সংস্থাটোৱে ৪.৭ বিলিয়ন ডলাৰৰ পেকেজত অনুমোদন জনাইছিল, যিটো পিছলৈ ৫.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা হৈছিল।

এই পৰ্যন্ত দেশখনে মুঠ ৩.৬ বিলিয়ন ডলাৰৰ পাঁচটা কিস্তি লাভ কৰিছে। ৮০ কোটি ডলাৰ (প্ৰায় ৬,৭২০ কোটি ₹)ৰ ষষ্ঠ কিস্তি মুকলি কৰিব লাগিছিল যদিও বৰ্তমান আই এম এফে ইয়াক ৰখাই ৰাখিছে।

আই এম এফে কয় যে নতুন চৰকাৰৰ সৈতে আলোচনাৰ অন্ততহে পৰৱৰ্তী ঋণৰ কিস্তি মুকলি কৰা হ’ব। আগন্তুক চৰকাৰখনে যাতে বৰ্তমানৰ অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচী অব্যাহত ৰাখিব বিচাৰে সেয়া নিশ্চিত কৰিব বিচাৰিছে সংগঠনটোৱে। নতুন চৰকাৰৰ নীতি সলনি হ’ব পাৰে বুলি চিন্তিত আই এম এফে, গতিকে বেছি সোনকালে ধন মুকলি কৰিব নিবিচাৰে।

বাংলাদেশ বেংকৰ গৱৰ্ণৰ ড০ আহছান এইচ মনছুৰে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সুস্থিৰ আৰু ডলাৰৰ হাৰৰ উঠা-নমা হোৱা নাই বুলি উল্লেখ কৰে। তেওঁ কয় যে আই এম এফৰ সমৰ্থন প্ৰয়োজনীয়, কিন্তু এতিয়া কিস্তি নাপালেও দেশে নিজৰ অৰ্থনৈতিক অৱস্থা পৰিচালনা কৰিব পাৰে।

২৯ অক্টোবৰত আই এম এফৰ এটা প্ৰতিনিধি দল ঢাকাত উপস্থিত হ’ব। এই দলটোৱে দুসপ্তাহ সময় চৰকাৰী প্ৰতিষ্ঠানৰ সৈতে বৈঠকত মিলিত হ’ব আৰু প্ৰতিবেদন প্ৰস্তুত কৰিব। এই প্ৰতিবেদনে কিস্তি মুকলি কৰা হ’ব নে নহয় সেইটো নিৰ্ধাৰণ কৰিব। বৰ্তমান বাংলাদেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৩২.১৪ বিলিয়ন ডলাৰ, আৰু ৰপ্তানি আৰু প্ৰবাসীৰ আয়ৰ উন্নতি হৈছে।

২০২৪ চনত শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে হোৱা অভ্যুত্থানৰ পিছত বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। এতিয়া ২০২৬ চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আই এম এফৰ এই সিদ্ধান্তই নতুন চৰকাৰৰ অৰ্থনৈতিক নীতিত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

Tags: Bangladesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025