• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ সৈতে কেনেধৰণৰ সম্পৰ্ক আছিল বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ? জানক সৱিশেষ…

Nation NE by Nation NE
December 30, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ সৈতে কেনেধৰণৰ সম্পৰ্ক আছিল বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ? জানক সৱিশেষ…
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ ৰাজনীতিৰ প্ৰবীণ ব্যক্তি তথা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াই ৩০ ডিচেম্বৰত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত খালেদা জিয়া ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

বিএনপিৰ তথ্য অনুসৰি খালেদা জিয়া লিভাৰ চিৰ’ছিছ, বাতবিষ, ডায়েবেটিছ, বুকু আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছিল। দীৰ্ঘদিন ধৰি তেওঁৰ অৱস্থা সংকটজনক হৈ আছিল আৰু তেওঁক বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল।

অবিভক্ত দিনাজপুৰ জিলাৰ অন্তৰ্গত পশ্চিম বংগৰ জলপাইগুৰিত ১৯৪৬ চনত খালেদা জিয়াৰ জন্ম হৈছিল। বাংলাদেশৰ ৰাজনীতিত এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰাৰ লগতে ১৯৯১ চনৰ পৰা তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি গণতান্ত্ৰিকভাৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা।

১৯৮১ চনত হত্যা কৰা বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ সৈতে খালেদা জিয়াৰ বিবাহ হয়। জিয়াউৰ ৰহমান ৰাষ্ট্ৰপতি হোৱাৰ পিছত খালেদা জিয়া দেশৰ প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। তেওঁৰ মৃত্যুৰ পিছতহে খালেদা জিয়াই সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে।

স্বামীৰ মৃত্যুৰ পিছত খালেদা জিয়াই বাংলাদেশ জাতীয়তাবাদী পাৰ্টিত সাধাৰণ সদস্য হিচাপে যোগদান কৰে। ১৯৮৩ চনত তেওঁ দলৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি লাভ কৰে আৰু এবছৰৰ পাছত বিএনপিৰ অধ্যক্ষ নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত তেওঁ দলটোক গঢ় দি বাংলাদেশৰ ৰাজনীতিত এগৰাকী শক্তিশালী বিৰোধী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰে।

১৯৮৩ চনত গঠন হোৱা সাতদলীয় মিত্ৰতাৰ মূল স্থপতি হিচাপে খালেদা জিয়াক গণ্য কৰা হয়।এই মিত্ৰতাৰ উদ্দেশ্য আছিল তেতিয়াৰ সামৰিক শাসক জেনেৰেল হুছেইন মহম্মদ এৰছাদৰ শাসনৰ অন্ত পেলোৱা। তেওঁৰ নেতৃত্বত চলা আন্দোলনক বাংলাদেশৰ গণতান্ত্ৰিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে গণ্য কৰা হয়।

বাংলাদেশৰ ৰাজনীতিত শ্বেখ হাছিনাৰ সৈতে দীৰ্ঘদিনীয়া ক্ষমতা সংগ্ৰামৰ বাবেও পৰিচিত খালেদা জিয়া। দশক দশক ধৰি দেশৰ ৰাজনীতিত প্ৰভাৱ পেলোৱাৰ লগতে মহিলা নেতৃত্বৰ সবল নিদৰ্শন দাঙি ধৰিছিল।

Tags: BangadeshKhaleda ZiaSheikh Hasina

Related Posts

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট
Top News

March 12, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025