• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

Nation NE by Nation NE
August 9, 2025
in Top News, মেঘালয়
0 0
মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন গাঁৱৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। সীমান্তৰ সমীপত অৱস্থিত গাঁওখনত নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাংলাদেশৰ এটা অস্ত্ৰধাৰী দলে অবৈধভাৱে প্ৰৱেশ কৰি এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ক হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।

শুকুৰবাৰে গভীৰ নিশা মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী হিলছ জিলাৰ অন্তৰ্গত দুৰ্গম গাঁও ৰোংদোংগাই গাঁৱত এই ঘটনা সংঘটিত হৈছে। এই গাঁওখন বাংলাদেশ সীমান্তৰ পৰা প্ৰায় ৮-১০ কিলোমিটাৰ নিলগত অৱস্থিত।

মেঘালয় আৰক্ষীৰ সূত্ৰই জানিব দিয়া অনুসৰি, শুকুৰবাৰে নিশা বাংলাদেশৰ ৯ জনীয়া এটা অস্ত্ৰধাৰী দলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে। এই দুৰ্বৃত্তৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰি বালসৰংগ এ মাৰাক নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

আক্ৰমণকাৰী পলায়ন কৰাৰ পিছত গাঁৱৰ ৰাইজে সেই স্থানতে কেইবাটাও সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত আছিল এজন বাংলাদেশী আৰক্ষী কনিষ্টবলৰ পৰিচয় পত্ৰ আৰু বাংলাদেশী টকা। গাঁৱৰ ৰাইজে এই বস্তুবোৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

পিছত আৰক্ষীয়ে ঘটনাস্থলৰ পৰা আৰু অধিক সামগ্ৰীও উদ্ধাৰ কৰে, য’ত হেণ্ডকাফ, মেগজিনৰ কভাৰ, পিষ্টল ৰখা হোলষ্টাৰ, ৰেডিঅ’ চেট, মোবাইল, ফেচ মাস্ক, কুঠাৰ আৰু তাঁৰ কাটাৰ আদিও পোৱা যায়।

শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ পিছতে বি এছ এফে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি সীমান্ত অঞ্চলত টহল তীব্ৰতৰ কৰি তুলিছে। বি এছ এফৰ সূত্ৰইও নিশ্চিত কৰিছে যে এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰি কঠোৰ জেৰা চলি আছে।

Tags: BangladeshBSFMeghalaya

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025