• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

Nation NE by Nation NE
August 9, 2025
in Top News, মেঘালয়
0 0
মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন গাঁৱৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। সীমান্তৰ সমীপত অৱস্থিত গাঁওখনত নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাংলাদেশৰ এটা অস্ত্ৰধাৰী দলে অবৈধভাৱে প্ৰৱেশ কৰি এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ক হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।

শুকুৰবাৰে গভীৰ নিশা মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী হিলছ জিলাৰ অন্তৰ্গত দুৰ্গম গাঁও ৰোংদোংগাই গাঁৱত এই ঘটনা সংঘটিত হৈছে। এই গাঁওখন বাংলাদেশ সীমান্তৰ পৰা প্ৰায় ৮-১০ কিলোমিটাৰ নিলগত অৱস্থিত।

মেঘালয় আৰক্ষীৰ সূত্ৰই জানিব দিয়া অনুসৰি, শুকুৰবাৰে নিশা বাংলাদেশৰ ৯ জনীয়া এটা অস্ত্ৰধাৰী দলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে। এই দুৰ্বৃত্তৰ দলটোৱে গাঁওখনত প্ৰৱেশ কৰি বালসৰংগ এ মাৰাক নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

আক্ৰমণকাৰী পলায়ন কৰাৰ পিছত গাঁৱৰ ৰাইজে সেই স্থানতে কেইবাটাও সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত আছিল এজন বাংলাদেশী আৰক্ষী কনিষ্টবলৰ পৰিচয় পত্ৰ আৰু বাংলাদেশী টকা। গাঁৱৰ ৰাইজে এই বস্তুবোৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

পিছত আৰক্ষীয়ে ঘটনাস্থলৰ পৰা আৰু অধিক সামগ্ৰীও উদ্ধাৰ কৰে, য’ত হেণ্ডকাফ, মেগজিনৰ কভাৰ, পিষ্টল ৰখা হোলষ্টাৰ, ৰেডিঅ’ চেট, মোবাইল, ফেচ মাস্ক, কুঠাৰ আৰু তাঁৰ কাটাৰ আদিও পোৱা যায়।

শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ পিছতে বি এছ এফে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি সীমান্ত অঞ্চলত টহল তীব্ৰতৰ কৰি তুলিছে। বি এছ এফৰ সূত্ৰইও নিশ্চিত কৰিছে যে এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰি কঠোৰ জেৰা চলি আছে।

Tags: BangladeshBSFMeghalaya

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025